ETV Bharat / state

বাঁহেৰে নিৰ্মিত এখন চাৰিচকীয়া বাহন - অসম বুক অৱ ৰেকৰ্ড

বাঁহেৰে নিৰ্মিত এখন চাৰিচকীয়া বাহন ৷ বাহন খনে স্বীকৃতি লাভ কৰিছে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডত ৷ খোৱাঙৰ ১ নং শিলপোটা গাঁৱৰ ববী মাউত নামৰ এগৰাকী লোকে নিজৰ উদ্ভাৱনী সৃষ্টিৰ পৰিচয় দাঙি ধৰিছে বাহন খন নিৰ্মাণেৰে ৷

এখন চাৰিচকীয়া বাহন
এখন চাৰিচকীয়া বাহন
author img

By

Published : Oct 12, 2020, 6:35 PM IST

Updated : Oct 12, 2020, 10:45 PM IST

মৰাণ, 12 অক্টোবৰ: খোৱাঙৰ ১ নং শিলপোটা গাঁৱৰ ববী মাউত ৷ যিয়ে ২০০৫ চনৰ পৰা এক পৰিকল্পনা লৈ আগবঢ়ি প্ৰথমে এখন তিনিচকীয়া বাহন সাজি চমক সৃষ্টি কৰিছিল ৷ যাৰ বাবে তেওঁৰ নাম সন্নিবিষ্ট হৈছিল অসম বুক অৱ ৰেকৰ্ডত ৷ তাৰ পাচতে ববী মাউতে চলিত বৰ্ষত এখন চাৰিচকীয়া বাহন নিৰ্মাণ কৰে ৷ যিখনে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডত স্বীকৃতি লাভ কৰিছে ৷

বাহন খনত 6 গৰাকী লোকে কোনো অসুবিধা অবিহনেই যাত্ৰা কৰিব পাৰিব

উদ্ভাৱক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বাহনখনৰ ইঞ্জিন হৈছে বিক্ৰম কোম্পানীৰ ৷ য'ত সংযোগ কৰা হৈছে ভেচপাৰ চকা ৷ বাহন খনত 6 গৰাকী লোকে কোনো অসুবিধা অবিহনেই যাত্ৰা কৰিব পাৰিব বুলিও জনায় তেওঁ ৷

বাঁহেৰে নিৰ্মিত এখন চাৰিচকীয়া বাহন

তেওঁৰ লক্ষ্য গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰা আছিল যদিও, নিৰাশ নহয় তেওঁ ৷ সেই অভিলেখ গঢ়াৰ দিশত ভৱিষ্যতেও অব্যাহত থাকিব তেওঁৰ চেষ্টা ৷ তেওঁৰ চেষ্টাই যেন ফল ধৰে আৰু অসমলৈ কঢ়িয়াই আনে আশাৰ বতৰা ৷

বাহন খনে ইতিমধ্যে ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰিছে

লগতে পঢ়ক: ঘোষণা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম

Last Updated : Oct 12, 2020, 10:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.