ETV Bharat / state

Awareness Programme on e Shram portal: মৰাণত ৰামেশ্বৰ তেলীৰ ই-শ্ৰম কাৰ্ড বিতৰণ - Awareness programme

ই-শ্ৰম কাৰ্ড আৰু ই-শ্ৰম পৰ্টেল সম্পৰ্কে অৱগত কৰোৱাৰ লক্ষ্যৰে মৰাণত সজাগত সভা (awareness about e shram card and e shram portal)ৰ আয়োজন ৷ উক্ত সজাগতা সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰমিক সকলৰ সকলোকে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰিবৰ বাবে জনালে আহ্বান ৷

ই-শ্ৰম কাৰ্ড আৰু ই-শ্ৰম পৰ্টেল সম্পৰ্কত সজাগতা সভা
ই-শ্ৰম কাৰ্ড বিতৰণ
author img

By

Published : Dec 6, 2021, 4:08 PM IST

মৰাণ, 6 ডিচেম্বৰ : প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা 2.0 ৰ লগত সংগতি ৰাখি দেওবাৰে মৰাণত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত থাকে খাদ্য সংসাধন উদ্যোগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৷

ই-শ্ৰম কাৰ্ড আৰু ই-শ্ৰম পৰ্টেল সম্পৰ্কত সজাগতা সভা
ই-শ্ৰম কাৰ্ড বিতৰণ

প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা 2.0 ৰ অধীনত মৰাণৰ বহু সংখ্যক হিতাধিকাৰীৰ মাজত বিনামূলীয় ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ একেটা অনুষ্ঠানতে শ্ৰমিকসকলৰ মাজত ই-শ্ৰম কাৰ্ড বিতৰণ কৰে (Rameshwar teli distributed e card at moran) কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷

ই-শ্ৰম কাৰ্ড বিতৰণত

স্থানীয় বিধায়ক চক্ৰধৰ গগৈ, জিলা উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত আৰু শ্ৰম বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে সভাখনত ৷ শ্ৰম মন্ত্ৰালয়ৰ অধীনত চলি থকা ই-শ্ৰম ৰেজিষ্ট্ৰেচন (e shram registration portal)সন্দৰ্ভত আয়োজিত উক্ত সজাগতা সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰমিক সকলৰ সকলোকে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰিবৰ বাবে জনালে আহ্বান (Awareness programme on e Shram portal) ৷

লগতে চাওক : Jal Jeevan Mission : ২০২৩ ৰ ভিতৰত সম্পূর্ণ হ’ব জল জীৱন মিছনৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.