ETV Bharat / state

টিংখাঙত গ্ৰেপ্তাৰ লেঙেৰী আছুৰ উপদেষ্টা জয়প্ৰকাশ গগৈ - টিংখাং

নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে আন্দোলন কৰা বাবেই আৰক্ষীয়ে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা জয়প্ৰকাশ গগৈ গ্ৰেপ্তাৰ কৰে ।

জয়প্ৰকাশ গগৈ
টিংখাঙত গ্ৰেপ্তাৰ লেঙেৰী আছুৰ উপদেষ্টা জয়প্ৰকাশ গগৈ
author img

By

Published : Dec 25, 2019, 11:48 PM IST

ডিব্ৰুগড়, 25 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি থকা মাজতে একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি । বুধবাৰে টিংখাঙৰ বামুণবাৰী তিনিআলিৰ পৰা লেঙেৰী আছুৰ উপদেষ্টা জয়প্ৰকাশ গগৈক গ্ৰেপ্তাৰ কৰে টিংখাং আৰক্ষীয়ে । নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে আদোলন কৰা বাবেই আৰক্ষীয়ে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা জয়প্ৰকাশ গগৈ গ্ৰেপ্তাৰ কৰে । নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা পাচতে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে বিভিন্ন দল সংগঠনে ।

Intro:ৰাজ্যজুৰি কা বিৰোধী আন্দোলনৰ মাজতে একাংশ কা' বিৰোধী নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি টিংখাঙৰ বামুণবাৰী তিনিআলিৰ পৰা লেঙেৰী আছুৰ উপদেষ্টা জয়প্ৰকাশ গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কা বিৰুদ্ধে আদোলন কৰা বাবে আৰক্ষীয়ে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা উপদেষ্টা জয়প্ৰকাশ গগৈ গ্ৰেপ্তাৰ কৰিছে । ইয়াক তীব্ৰ ভাষাৰে গৰিহনা দিছো বিভিন্ন দল সংগঠনে।Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.