ETV Bharat / state

হুঁচৰি মাৰিলে ডিব্ৰুগড়ৰ সাংবাদিকে

author img

By

Published : Apr 20, 2019, 10:16 AM IST

বিগত আঠ বছৰে ডিব্ৰুগড়ৰ সমূহ সাংবাদিক একত্ৰিত হৈ নিজ কৰ্ম ব্যস্ততাৰ মাজতে হুঁচৰি পৰিৱেশন কৰি আহিছে ৷ সাংবাদিকসকলৰ ঘৰে ঘৰে হুঁচৰি পৰিৱেশনৰ জৰিয়তে সংগৃহীত পুঁজি বেংকত জমা ৰখাৰ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা তথা ৰোগত আক্ৰান্ত দুৰ্গত সাংবাদিকসকলক এই পুঁজিৰ জৰিয়তে সাহায্য আগবঢ়াই আহিছে।

ডিব্ৰুগড়ত সাংবাদিকৰ হুঁচৰি পৰিবেশন

ডিব্ৰুগড়, 20 এপ্ৰিলঃ উন্নত প্ৰযুক্তিৰ সহায়ত দ্ৰুত গতিত প্ৰসাৰ ঘটা সাংবাদ মাধ্যমৰ অঘোষিত প্ৰতিযোগিতাই সাংবাদিকৰ জীৱনত নমাই আনিছে সীমাহীন ব্যস্ততা। কিন্তু বৃত্তিগত দায়বদ্ধতা আৰু ব্যস্ততাৰ মাজতো বিহুৰ আনন্দ উছৱত ভাগ নোলোৱাকৈ থকা নাই সাংবাদিকসকল ৷

হুঁচৰি মাৰিলে ডিব্ৰুগড়ৰ সাংবাদিকে

বিগত আঠ বছৰে ডিব্ৰুগড়ৰ সমূহ সাংবাদিক একত্ৰিত হৈ নিজ কৰ্ম ব্যস্ততাৰ মাজতে হুঁচৰি পৰিৱেশন কৰি আহিছে ৷

উল্লেখ্য যে সাংবাদিকসকলৰ ঘৰে ঘৰে হুঁচৰি পৰিৱেশনৰ জৰিয়তে সংগৃহীত পুঁজি বেংকত জমা ৰখাৰ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা তথা ৰোগত আক্ৰান্ত দুৰ্গত সাংবাদিকসকলক এই পুঁজিৰ জৰিয়তে সাহায্য আগবঢ়াই আহিছে।

Dib_19april_journalist_husori_jesim

Total 6 files on ftp
Including 3 visuals and 3 images

:উন্নত প্ৰযুক্তিৰ সহায়ত দ্ৰুত গতিত প্ৰসাৰ ঘটা সাংবাদ মাধ্যমৰ অঘোষিত প্ৰতিযোগিতাই সাংবাদিকৰ জীৱনত নমাই আনিছে সীমাহীন ব্যস্ততা।এই প্ৰতিযোগিতাত অবতীৰ্ণ হৈ সফল হ'ব পৰাতো এতিয়া একপ্ৰকাৰ বিত্তিগত সাংবাদিকৰ জীৱনৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান। ক'বলৈ গ'লে মাহটোৰ 
30 টা দিনেই সাংবাদিক হিচাপে কৰ্মৰত হৈ থাকিব লগীয়া হোৱা অৱস্থাটোৱে উৎসৱ পাৰ্বন, ব্যক্তিগত জীৱনৰ লগতে বহু দ্বায়বদ্ধতা, প্ৰতিভাৰ বিকাশতো ব্যাপক প্ৰভাৱ পেলাইছে।

কিন্তু  ইয়াৰ মাজতে এডল সাংবাদিকক 
নিজৰ জাতিটোক,সংস্কৃতিটোক ভাল পোৱাৰ স্বাৰ্থত বিগত আঠটা বছৰে দেখা গৈছে কৰ্ম ব্যস্ততাৰ মাজতো ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা।হয়,

ডিব্ৰুগড়ৰ সমূহ সাংবাদিক একত্ৰিত হৈ নিজ কৰ্মব্যস্তাৰ মাজতে ভাতৃত্ববোধ,সম্বনয় আৰু একতাৰ এনাজৰী কটকটীয়া কৰিবৰ বাবেই 
 অসমৰ সংবাদ জগতৰ ইতিহাসত ডিব্ৰুগড় সাংবাদিক সকলে সম্পূৰ্ণ পৰম্পৰাগত  সাজ-পোছাক পৰিধানেৰে সকলো জাতি জনগোষ্ঠীয় লোক ঐক্যবদ্ধ হৈ হুঁচৰি পৰিবেশন কৰি  সম্প্ৰীতিৰ এনাজৰী গঢ়ি তোলাৰ লগতে হুঁচৰি সংস্কৃতি জীয়াই ৰখাৰ যত্ন কৰি আহিছে। এইবাৰ ডিব্ৰুগড় সাংবাদিকৰ হুঁচৰিয়ে অষ্টম(৮) বছৰত ভৰি দিছে।

উল্লেখ্য যে
সাংবাদিক সকলৰ ঘৰে ঘৰে হুঁচৰি পৰিবেশনৰ জৰিয়তে সংগৃহীত পুজি বেংকত জমা ৰখাৰ লগতে বিভিন্ন সময়ত দুৰ্ঘটনা তথা ৰোগত আক্ৰান্ত দুৰ্গত সাংবাদিক সকলক উক্ত পুজিৰ জৰিয়তে সাহাৰ্য্য আগবঢ়াই আহিছে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.