ETV Bharat / state

ডিব্ৰুগড়ত অ'ট চলালে মুখ্যমন্ত্ৰী সোণোৱালে

ডিব্ৰুগড়ৰ চৌকিডিঙিত মুকলি ৰাজ্যৰ প্ৰথমটো 'Compress Natural Gas' চমুকৈ চিএনজি ষ্টেচন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অনুষ্ঠানত অ'ট চালকৰ ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী সোণোৱালক ৷

অট'চালকৰ ৰূপত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Aug 17, 2019, 7:54 PM IST

ডিব্ৰুগড়, 17 আগষ্টঃ অ'ট চালকৰ ৰূপত ৰাইজে প্ৰত্যক্ষ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । আনহাতে যাত্ৰীৰ ৰূপত অৱৰ্তীণ হ'ল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , বিধায়ক প্ৰশান্ত ফুকন , ঋতুপৰ্ণ বৰুৱা আৰু বলিন চেতিয়া । ডিব্ৰুগড়ৰ চৌকিডিঙিত মুকলি ৰাজ্যৰ প্ৰথমটো Compresd Natural Gas চমুকৈ চিএনজি ষ্টেচন । অসম গেছ কোম্পানীয়ে নিৰ্মাণ কৰা ৰাজ্যৰ এই প্ৰথমটো চিএনজি ষ্টেচন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । অনুষ্ঠানত উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলিন চেতিয়াকে ধৰি বহু কেইজন বিধায়ক তথা অসম গেছ কোম্পানীৰ বহু কেইজন বিষয়ববীয়া ৷

Intro: এইবাৰ অ'ট চালকৰ ৰূপত মুখ্যমন্ত্ৰী।লগতে
যাত্ৰীৰ ৰূপত পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,বিধায়ক প্ৰশান্ত ফুকন,ঋতুপৰ্ণ বৰুৱা,বলিন চেতিয়া।ডিব্ৰুগড়ৰ চৌকিডিঙিত মুকলি ৰাজ্যৰ প্ৰথমটোCompresd Natural Gas চমুকৈ CNG Station ।অসম গেছ কোম্পানীয়ে নিৰ্মাণ কৰা ৰাজ্যৰ এই প্ৰথমটো CNG স্টেচন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।লগত উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম গেছ কোম্পানীৰ অধক্ষ্য তথা শদিয়াৰ বিধায়ক বলিন চেতিয়াকে ধৰি বহু কেইজন বিধায়ক আৰু অসম গেছ কোম্পানীৰ বহু কেইজন বিষয় ববীয়া উপস্থিত থাকে।এই অনুষ্ঠানটোতে মুখ্যমন্ত্ৰীয়ে সতীৰ্থৰ সৈতে এপাক CNG অ'ট চলোৱা ব্যতিক্ৰমী দৃশ্যটো ।।।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.