ETV Bharat / state

ক্ষুদ্ৰ গ্ৰন্থ লিখি অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ছাত্ৰীৰ নাম

author img

By

Published : Aug 30, 2020, 1:40 AM IST

লখিমপুৰ লালুকৰ ৰীতামণি বৰা নামৰ এগৰাকী ছাত্ৰীয়ে ক্ষুদ্ৰ গ্ৰন্থ লিখি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিলে । তিনিটা গল্প সন্নিবিষ্ট ৪৯ পৃষ্ঠাৰ "স্পৰ্শ" নামৰ গ্ৰন্থ লিখি উলিয়ালে ৰীতামণিয়ে ৷

ৰীতামণি বৰা
ক্ষুদ্ৰ গ্ৰন্থ লিখি অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ছাত্ৰীৰ নাম

লখিমপুৰ, 29 আগষ্টঃ এখন ক্ষুদ্ৰ গ্ৰন্থ, দৈঘ্য ৩ ইঞ্চি আৰু প্ৰস্থ ২ ইঞ্চি এই ক্ষুদ্ৰ গ্ৰন্থ খন লিখি অসম বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ লালুকৰ ছাত্ৰী ৰীতামণি বৰাই । নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰী ৰীতামণিয়ে লক ডাউনৰ সময়ত লিখি সম্পূৰ্ণ কৰিলে গ্ৰন্থ খন ।

তিনিটা গল্প সন্নিবিষ্ট ৪৯ পৃষ্ঠাৰ "স্পৰ্শ" নামৰ ক্ষুদ্ৰ গ্ৰন্থখনে স্থান লাভ কৰিছে অসম বুক অৱ ৰেকৰ্ডচত । আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও ক্ষুদ্ৰ গ্ৰন্থ খনে অসম বুক অৱ ৰেকৰ্ডত স্থান পোৱাৰ পিছতে চৰ্চাৰ বিষয় হৈ পৰিছে লখিমপুৰত ।

লগতে পঢ়কঃ ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.