ETV Bharat / state

ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

author img

By

Published : Nov 30, 2019, 7:54 PM IST

আছুৰ খোৱাং আঞ্চলিকৰ উদ্যোগত শনিবাৰে পুৱা ১১ বজাত খোৱাং চাৰিআলিৰ পৰা উলিওৱা বাইক ৰেলীত খোৱাং শেনচোৱা পুখুৰী,শিলপুটা আদি বিভিন্ন গাঁৱৰ মাজেৰে গৈ খোৱাং ঘাটত সামৰণি পৰে

ডিব্ৰুগড়
ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

ডিব্ৰুগড়, 30 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড় খোৱাঙত আছুকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনৰ বাইক ৰেলী ৷ আছুৰ খোৱাং আঞ্চলিকৰ উদ্যোগত শনিবাৰে পুৱা ১১ বজাত খোৱাং চাৰিআলিৰ পৰা উলিওৱা বাইক ৰেলীত খোৱাং শেনচোৱা পুখুৰী,শিলপুটা আদি বিভিন্ন গাঁৱৰ মাজেৰে গৈ খোৱাং ঘাটত সামৰণি পৰে। শতাধিক আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই বাইক ৰেলীত আছু ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তই সাংবাদিকৰ আগত কয়, বিজেপি চৰকাৰখনে ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে ।

ডিব্ৰুগড় খোৱাঙত আছুৰ বাইক ৰেলী

১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশী লোককে অসমত স্থান দিয়া নহ'ব বুলি মন্তব্য কৰে। লগতে ছাত্ৰ নেতা গৰাকীয়ে কয়,একালত আছুৰ মজিয়াত থাকি জাতীয়তাবাদৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাত এতিয়া জাতীয়তাবাদৰ তেজ নাই। কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত উঠা বহা কৰা মুখ্যমন্ত্ৰী সোণোৱালক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আছু নেতা গৰাকীয়ে।

লগতে চাওকঃৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

Intro:
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ডিব্ৰুগড় খোৱাঙত আছুকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আৰু আছুৰ খোৱাং আঞ্চলিকৰ উদ্যোগত এক বাইক ৰেলী বাহিৰ কৰে । পুৱা ১১ বজাত খোৱাং চাৰিআলিৰ পৰা উলিওৱা এই বাইক ৰেলী খোৱাং শেনচোৱা পুখুৰী, শিলপুটা আদি বিভিন্ন গাওঁ মাজেৰে গৈ খোৱাং ঘাটত সামৰণি মাৰে । শতাধিক আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই বাইক ৰেলীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ শুচিয়াৰ আদি শ্ল'গান দি খোৱাঙৰ আকাশ-বতাহ কঁ‌পাই তোলে । আছু খোৱাং আঞ্চলিকৰ উদ্যোগত উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰি আছু ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তই সাংবাদিকৰ আগত কয় যে বিজেপি চৰকাৰখনে ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে । ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশী লোককে অসমত স্থান দিয়া নহব বুলি তেওঁ সকিয়াই দিয়ে । তেওঁ লগতে কয় যে একালত আছুৰ মজিয়াত থাকি জাতীয়তাবাদৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গাত এতিয়া জাতীয়তাবাদৰ তেজ নাই । কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত উঠা বহা কৰা মুখ্যমন্ত্ৰী সোনোৱালক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আছু নেতাজনে । অন্যথা মুখ্যমন্ত্ৰীৰ গৃহত প্ৰৱেশ কৰি বিলখনৰ বিৰোদ্ধে আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে । আনহাতে আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁ‌ৱৰে এই ৰেলীত অংশগ্ৰহণ কৰি কয় যে কেৱল সংখ্যা আছে বাবেই বিজেপি চৰকাৰখনে যিকোনো সিদ্ধান্ত লব নোৱাৰিব । অসমীয়া আবেগ অনুভূতিক আঘাত সনা এই জাতিধ্বংসী বিধেয়ক খন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় আছু নেতাজনে । আজি এই বাইক ৰেলীত আছুৰ খোৱাং আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ একাংশ নেতায়েও অংশগ্ৰহণ কৰে ।

ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তই byte

সহকাৰী সাধাৰণ সম্পাদক byte
Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.