ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সুঁৱৰি মৰাণত অসম চাহ মজদুৰ সংঘৰ শোকসভা - শ্ৰদ্ধাঞ্জলি জনায়

ডিব্ৰুগড়ৰ মৰাণত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে অসম চাহ মজদুৰ সংঘই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা জনাই সংঘৰ কাৰ্যালয়ত শোকসভাৰ আয়োজন।

মৰাণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সুঁৱৰি অসম চাহ মজদুৰ সংঘৰ শোকসভাৰ আয়োজন

author img

By

Published : Nov 24, 2020, 6:41 PM IST

মৰাণ, ২৪ নৱেম্বৰ: অসমবাসী ৰাইজক শোক সাগৰত পেলাই চিৰবিদায় মাগিলে জ্যেষ্ঠ ৰাজনীতিবিদ তৰুণ গগৈয়ে। ডিব্ৰুগড়ৰ মৰাণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে অসম চাহ মজদুৰ সংঘই । সৰল ব্যক্তিত্বৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নেতাগৰাকীৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে মৰাণত ।

মৰাণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সুঁৱৰি অসম চাহ মজদুৰ সংঘৰ শোকসভাৰ আয়োজন
মৰাণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সুঁৱৰি অসম চাহ মজদুৰ সংঘৰ শোকসভাৰ আয়োজন

অসম চাহ মজদুৰ সংঘ কাৰ্যালয়ত আয়োজন কৰা শোকসভাত শাখা সংঘৰ সভাপতি মনোজ তাঁতীৰ উপস্থিতিত অন্যান্য বিষয়ববীয়া, সম্পাদক লক্ষেশ্বৰ তাঁতী আৰু কৰ্মী বৃন্দই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ।

প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ-চাকি জ্বলাই তেওঁৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে সংঘৰ কৰ্মকৰ্তাই । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যু অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ।

লগতে পঢ়ক:মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত নেতৃত্বক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.