ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ 3 জনৰ দেহত কৰ’ণা পজিটিভ

author img

By

Published : May 28, 2020, 3:03 PM IST

পুনৰ ডিব্ৰুগড়ত তিনি ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা পজিটিভ । জালুকপাৰা ৰোডৰ কুসুম হোটেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল ব্যক্তি তিনিজন ৷ ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ আইশ্ব’লেশ্যন ৱাৰ্ডলৈ লৈ যোৱা হয় ব্যক্তি তিনিজনক ৷

ডিব্ৰুগড়ত পুনৰ 3 জনৰ দেহত কৰ’ণা পজিটিভ
ডিব্ৰুগড়ত পুনৰ 3 জনৰ দেহত কৰ’ণা পজিটিভ

ডিব্ৰুগড়, 28 মে’: বিগত 21 মে’ তাৰিখে ডিব্ৰুগড়ত প্ৰথমজন ব্যক্তিৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পিছতে বৃহস্পতিবাৰে পুনৰ আন 3 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা পজিটিভ । ডিব্ৰুগড় চহৰৰ জালুকপাৰা ৰোডৰ কুসুম হোটেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকৰ দেহত পোৱা গ'ল কৰ’ণা ভাইৰাছ ।

ডিব্ৰুগড়ত পুনৰ 3 জনৰ দেহত কৰ’ণা পজিটিভ

উল্লেখ্য যে, কুসুম হোটেলৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা দুজন আৰু জিৰণি ল'জত থকা এজন কৰ’ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । 22মে' তাৰিখে চেন্নাই পৰা আহিছিল যুৱককেইজন। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ তৎপৰতাত অসম চিকিৎসা মহাবিদ্যালয়ৰ আইশ্ব’লেশ্যন ৱাৰ্ডলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে যুৱককেইজনক ।

লগতে পঢ়ক: যোৰহাটত কৰ'ণাত আক্ৰান্ত 1জন, সংস্পৰ্শলৈ অহা 9 জনক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.