ETV Bharat / state

ডিব্ৰুগড়ত ডন বস্ক হায়াৰ চেকেণ্ডাৰীত স্থাপন হ'ব কভিড কেয়াৰ চেন্টাৰ - covid care center

ক'ভিডে ভয়ানক ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নতুন ক'ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে ১২৫ খন বিচনাযুক্ত ডিব্ৰুগড়ৰ ডন্ বস্ক হায়াৰ চেকেণ্ডাৰীত স্থাপন হ’ব লগা ক'ভিড কেয়াৰ চেন্টাৰটো পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ ললে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

ডিব্ৰুগড়ত ডন্ বস্ক হায়াৰ চেকেণ্ডাৰীত স্থাপন হ'ব কভিড কেয়াৰ চেন্টাৰ

author img

By

Published : May 18, 2021, 10:31 PM IST

মৰাণ, 18 মে’: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাটো ক্ৰমাৎ ক'ভিডে ভয়ানক ৰূপ লৈছে । ইতিমধ্যে ডিব্ৰুগড়ত বহু কেইখন ক'ভিড চিকিৎসালয় ৰোগীৰে ভৰ্তি হৈ পৰিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নতুন ক'ভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে ১২৫ খন বিচনাৰে ডিব্ৰুগড়ৰ ডন্ বস্ক হায়াৰ চেকেণ্ডাৰীত এটা ক'ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ বাবে তৎপৰতা অৱলম্বন কৰিছে ।

ডিব্ৰুগড়ত ডন্ বস্ক হায়াৰ চেকেণ্ডাৰীত স্থাপন হ'ব কভিড কেয়াৰ চেন্টাৰ
ডিব্ৰুগড়ত ডন্ বস্ক হায়াৰ চেকেণ্ডাৰীত স্থাপন হ'ব কভিড কেয়াৰ চেন্টাৰ

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ডন্ বস্ক হায়াৰ চেকেণ্ডাৰী স্কুলত স্থাপন কৰিবলগীয়া ক'ভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয় । উক্ত ক'ভিড কেয়াৰ চেন্টাৰটোত ১২৫ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । ডন্ বস্ক হায়াৰ চেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষই দ্বিতীয় বাৰৰ বাবে ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে আগবঢ়োৱা সহায়ৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা স্কুল কৰ্তৃপক্ষক ধন্যবাদ জনায় ।

উল্লেখ যে বিগত বৰ্ষৰ ক’ভিডৰ ভয়াবহতাৰ সময়তো ডন্ বস্ক হায়াৰ চেকেণ্ডাৰী স্কুলত স্থাপন কৰা হৈছিল এটা ক’ভিড কেয়াৰ চেন্টাৰ ।

লগতে পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.