ধুবুৰী, 8 এপ্ৰিলঃ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ এখনৰ পাচত আনখন নিৰ্বাচনী সভা । জাৱেদ ইছলামৰ লগত নিৰ্বাচনী সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, অগপৰ ধুবুৰী জিলা সভাপতি আৰু বিজেপিৰ জিলা কমিটি ৷ ধুবুৰীৰ পৰিৱৰ্তনৰ শ্ল'গানেৰে এখনৰ পাচত আনখন সভাত মাৰ্জিত ভাষণ প্ৰদান কৰে জাৱেদ ইছলামে ৷ আনহাতে, সমালোচনাৰ টাৰ্গেট মৌলনা বদৰুদ্দিন আজমল ৷ আজমলৰ জৰা ফুকাক বিদায় দিবলৈ ভোটাৰ জনতাক আহ্বান জাৱেদ ইছলামৰ ৷ ক’লে আজমলে ধুবুৰীক মধ্যযুগীয়া উন্নয়নলৈ লৈ যোৱাৰ অভিযোগ ৷ ইয়াৰ মাজতে মৃদু সমোলোচনা কৰে কংগ্ৰেছক ৷ কংগ্ৰেছক টিকট বিক্ৰী কৰা দল আখ্যা ৷ টিকট বিক্ৰী কৰা দলে উন্নয়ন কৰিব নোৱাৰে ৷ ধুবুৰীত উন্নয়নৰ পৰিৱৰ্তনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলাম হেনো শক্তিশালী প্ৰাৰ্থী ৷ সেয়েহে ভোটাৰক অগপক ভোট দিবলৈ আহ্বান জাৱেদ ইছলামৰ ৷
কংগ্ৰেছ টিকট বিক্ৰী কৰা দলঃ জাৱেদ ইছলাম - assam news
আজমলৰ জৰা ফুঁকাক বিদায় দিবলৈ ভোটাৰ জনতাক আহ্বান জাৱেদ ইছলামৰ ৷ আজমলে ধুবুৰীক মধ্যযুগীয়া উন্নয়নলৈ লৈ যোৱাৰ অভিযোগ ৷ ইয়াৰ মাজতে মৃদু সমোলোচনা কৰে কংগ্ৰেছক ৷
ধুবুৰী, 8 এপ্ৰিলঃ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ এখনৰ পাচত আনখন নিৰ্বাচনী সভা । জাৱেদ ইছলামৰ লগত নিৰ্বাচনী সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, অগপৰ ধুবুৰী জিলা সভাপতি আৰু বিজেপিৰ জিলা কমিটি ৷ ধুবুৰীৰ পৰিৱৰ্তনৰ শ্ল'গানেৰে এখনৰ পাচত আনখন সভাত মাৰ্জিত ভাষণ প্ৰদান কৰে জাৱেদ ইছলামে ৷ আনহাতে, সমালোচনাৰ টাৰ্গেট মৌলনা বদৰুদ্দিন আজমল ৷ আজমলৰ জৰা ফুকাক বিদায় দিবলৈ ভোটাৰ জনতাক আহ্বান জাৱেদ ইছলামৰ ৷ ক’লে আজমলে ধুবুৰীক মধ্যযুগীয়া উন্নয়নলৈ লৈ যোৱাৰ অভিযোগ ৷ ইয়াৰ মাজতে মৃদু সমোলোচনা কৰে কংগ্ৰেছক ৷ কংগ্ৰেছক টিকট বিক্ৰী কৰা দল আখ্যা ৷ টিকট বিক্ৰী কৰা দলে উন্নয়ন কৰিব নোৱাৰে ৷ ধুবুৰীত উন্নয়নৰ পৰিৱৰ্তনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলাম হেনো শক্তিশালী প্ৰাৰ্থী ৷ সেয়েহে ভোটাৰক অগপক ভোট দিবলৈ আহ্বান জাৱেদ ইছলামৰ ৷
Body: ধুবুৰীৰ ব্ৰক্ষপূত্ৰৰ উত্তৰ পাৰত মিত্ৰজোটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ এখনৰ পিছত আনখন নিৰ্বাচনী সভা ৷ সংগী প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, অগপৰ ধুবুৰী জিলা সভাপতি আৰু বিজেপিৰ জিলা কমিটি ৷ ধুবুৰীৰ পৰিবৰ্ত্তনৰ শ্লোগানেৰে এখনৰ পিছত আনখন সভাত মাৰ্জিত ভাষন ৷ মাজে মাজে ভোটাৰক আওৰাইছে প্ৰয়াত পিতৃ ৰ দুই এটা কথাও ৷ সমালোচনাৰ তাৰ্গেট মৌলনা বদৰুদ্দিন আজমল ৷ আজমলৰ জৰা ফুকাক বিদায় দিৱলৈ ভোটাৰ জনতাক আহ্বান ৷ কলে আজমলে ধুবুৰীক মধ্যযুগীয়া উন্নয়নলৈ লৈ যোৱাৰ অভিযোগ ৷ ইয়াৰ মাজতে মৃদু সমোলোচনা কংগ্ৰেছক ৷ কংগ্ৰেছক টিকট বিক্ৰী কৰা দল আখ্যা ৷ টিকট বিক্তি কৰা দলে উন্নয়ন কৰিৱ নোৱাৰে ৷ ধুবুৰীত উন্নয়নৰ পৰিবৰ্ত্তন বাবে মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলাম হেনো শক্তিশালী প্ৰাৰ্থী ৷ সেয়েহে ভোটাৰক অগপক ভোট দিৱলৈ আহ্বান জাবেদ ইছলামৰ ৷৷
BITE- জাবেদ ইছলাম, ধুবুৰীৰ মিত্ৰজোটৰ প্ৰাৰ্থী ৷ ON STAGE Conclusion:অবশ্যে ভোটাৰ জনতাই কিদৰে প্ৰাৰ্থী জাবেদ ইছলামৰ এনে আহ্বান কেনেদৰে গ্ৰহন কৰে সেয়া সময়ত কোৱা যাৱ ৷৷