ধুবুৰী,28 জুলাই :
- পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰঙামাটিত আৰক্ষীৰ অভিযান
- অভিযানত উদ্ধাৰ দুষ্প্ৰাপ্য কেঁকো সাপদুষ্প্ৰাপ্য কেকো সাপ সহ আটক এজন
- লগতে আটক ছামিৰ আলী নামৰ এজন
- গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে চলাইছিল অভিযান
- দীৰ্ঘ দিনৰ পৰা এই অঞ্চলত এনে অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ