ETV Bharat / state

আজি স্থাপন হ'ব ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া বহু প্ৰত্যাশিত দলংখনৰ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব ৷ দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে আজি ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে ৷

today modi will inaugurate dhubri bridge virtually
আজি স্থাপন হ'ব ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা
author img

By

Published : Feb 18, 2021, 1:30 PM IST

ধুবুৰী, 18 ফেব্ৰুৱাৰী: ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া বহু প্ৰত্যাশিত দলংখনৰ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব ৷ ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়ত সুগম কৰি তুলিব বুলিও আশা কৰা হৈছে ৷ দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে আজি ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে ৷

আজি স্থাপন হ'ব ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ আধাৰশিলা

ৰাজ্য চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, মন্ত্ৰী ভৱেশ কলিতাৰ লগতে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু নজৰুল হকৰ উপৰিও মেঘালয়ৰ এগৰাকী বিধায়ক এই অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে পঢ়ক: চাপৰত চিলনী চোৰৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.