ETV Bharat / state

সাপটগ্ৰাম শ্ৰীমঠ লীলানন্দ ঠাকুৰ পাগলাবাবা আশ্ৰম পৰিচালনা সমিতিৰ সংবাদমেল

author img

By

Published : Mar 13, 2020, 11:15 PM IST

ভাৰৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ভাইৰাছবিধক লৈ আতংকই বিৰাজ কৰিছে ৷ ইতিমধ্যে ভাইৰাছ বিধৰ বিষয়ে ৰাইজক সতৰ্ক কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ম’বাইলৰ ৰিংট’নৰ জৰিয়তেও ৰাইজৰ মাজত কৰ’ণা ভাইৰাছৰ বিষয়ে সজাগতা অনাৰ প্ৰয়াস কৰিছে ৷ চৰকাৰৰ এই পদক্ষেপে ৰাইজৰ মাজত অধিক আতংক বিয়পোৱা বুলি উল্লেখ কৰিছে ধুবুৰী জিলাৰ সাপটগ্ৰাম শ্ৰীমঠ লীলানন্দ ঠাকুৰ পাগলাবাবা আশ্ৰম পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে ৷

Shree Math Lilananda Paglababa Ashram press meet
সাপটগ্ৰাম শ্ৰীমঠ লীলানন্দ ঠাকুৰ পাগলাবাবা আশ্ৰম পৰিচালনা সমিতিৰ সংবাদমেল

ধুবুৰী,13 মাৰ্চঃ চীনৰ লগতে ক্ৰমাৎ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছ ৷ ভাৰৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ভাইৰাছবিধক লৈ আতংকই বিৰাজ কৰিছে ৷ ইতিমধ্যে ভাইৰাছ বিধৰ বিষয়ে ৰাইজক সতৰ্ক কৰাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ম’বাইলৰ ৰিংট’নৰ জৰিয়তেও ৰাইজৰ মাজত কৰ’ণা ভাইৰাছৰ বিষয়ে সজাগতা অনাৰ প্ৰয়াস কৰিছে ৷ চৰকাৰৰ এই পদক্ষেপে ৰাইজৰ মাজত অধিক আতংক বিয়পোৱা বুলি উল্লেখ কৰিছে ধুবুৰী জিলাৰ সাপটগ্ৰাম শ্ৰীমঠ লীলানন্দ ঠাকুৰ পাগলাবাবা আশ্ৰম পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে ৷ মঠৰ সভাপতি ৰাজ কুমাৰ চৌধুৰী আৰু সম্পাদক শ্যাম জালানে শুকুৰবাৰে এখন সংবাদমেলযোগে কয় যে, পাগলাবাবাৰ আশ্ৰমত কেতিয়াও তেনে কোনো ভাইৰাছ প্ৰৱেশ কৰিব নোৱাৰে ৷ আনহাতে, পাগলাবাবা আশ্ৰমত অহা 15 মাৰ্চত বাৰ্ষিক মহোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত বাবাৰ আশীৰ্বাদত ভাৰতবৰ্ষত কোনো কৰ’ণা ভাইৰাছ নাথাকে বুলি কয় মঠৰ সম্পাদক শ্যাম জালানে ৷

লগতে পঢ়ক-পশু-পক্ষীয়ে কৰ’ণা ভাইৰাছ বিয়পাব নোৱাৰে, আতংকৰ সৃষ্টি কৰা বন্ধ কৰকঃ মানেকা গান্ধী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.