ETV Bharat / state

ভূমি বিবাদঃ মাৰপিটৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

ধুবুৰীৰ আগমণি আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ভূমি বিবাদক কেন্দ্ৰ কৰি এটা পক্ষৰ হৈ আন পক্ষক টকাৰ বিনিময়ত মাৰপিট । আৰক্ষীৰ প্ৰহাৰত আহত হৈ সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন এজন বয়োজ্যেষ্ঠ লোক ৷

ভূমি বিবাদত ধনৰ বিনিয়ত মাৰপিটৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে
author img

By

Published : May 20, 2019, 7:38 PM IST

ধুবুৰী, 20 মে' : সম্প্ৰতি একাংশ আৰক্ষী বিষয়াৰ বাবে টকাই যেন সৰ্বেসৰ্বা । টকাৰ বিনিময়ত সলনি হয় আৰক্ষী বিষয়াৰ ৰূপ । এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ ধুবুৰীৰ আগমণি আৰক্ষীৰ বিৰুদ্ধে । ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ঝাপুসাবাৰী গাঁৱৰ সমছেৰ আলী নামৰ জ্যেষ্ঠ নাগৰিকৰ অভিযোগ অনুসৰি দেওবাৰে বিনা দোষত তেওঁক থানালৈ লৈ আহি বেয়াকৈ মাৰপিট কৰি এখন দলিলত চহী কৰোৱাই আগমণি আৰক্ষীয়ে ৷

ভূমি বিবাদত ধনৰ বিনিয়ত মাৰপিটৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা চাৰে তিনি বিঘা মাটিৰ দখলক কেন্দ্ৰ কৰি ঝাপুসাবাৰী গাঁৱৰ সমছেৰ আলী,নজৰুল আলী, মইনুল আলী আৰু ছামছুল আলী নামৰ চাৰি ভাইৰ মজত সংঘাত চলি আহিছিল । কিন্তু আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাত ধনৰ বিনিময়ত নজৰুল আলীৰ পক্ষ লৈ সমছেৰ আলীক আটক কৰি নিশাৰ ভাগত অন্যায়ভাৱে মাৰপিট কৰি উকা দলিলত চহী লৈ এৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সমছেৰ আলীয়ে ৷ আনহাতে সমছেৰ আলীৰ অভিযোগ একেমুখে অস্বীকাৰ কৰিছে আগমণি আৰক্ষীয়ে ৷

Slug- A_Dhb_805_807_20May_police_marpit_vis+Byte_Shahanur
( Files send through MOJO )

    Anchor:- ধুবুৰীৰ আগমণি আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ভূমি বিবাদক কেন্দ্ৰ কৰি এটা পক্ষৰ হৈ আন পক্ষক টকাৰ বিনিময়ত মাৰপিট। সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত বৃদ্ধ।

     vo:- সম্প্ৰতি একাংশ আৰক্ষী বিষয়াৰ বাবে টকাই যেন সৰ্বে সৰ্বা। টকাৰ বিনিময়ত সলনি হয় আৰক্ষী বিষয়াৰ ৰূপ। এনে এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ ধুবুৰীৰ আগমণি আৰক্ষীৰ বিৰুদ্ধে। দৰাচলতে, ধুবুৰী জিলাৰ আগমনী আৰক্ষী থানাৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উৎথাপন কৰিছে ভূক্তভোগী এজন ব্যক্তিয়ে। ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ঝাপুসাবাৰী গাওঁৰ এইজন বৃদ্ধ সমছেৰ আলীৰ অভিযোগ মতে যোৱা কালি আগমনী আৰক্ষীয়ে বিনা দোষত তেওঁক থানালৈ লৈ আহি বেয়াকৈ মাৰপিট কৰি এখন দলিলত চহী কৰাই লয়।
উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা চাৰে তিনি বিঘা মাটিৰ দখলক কেন্দ্ৰ কৰি ঝাপুসাবাৰী গাওঁৰ সমছেৰ আলী আৰু নজৰুল আলী, মইনুল আলী, ছামছুল আলী আৰু ইনামুল আলী নামৰ চাৰি ভাইৰ মজত সংঘাত চলি আহিছিল। কিন্তু আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাত ধনৰ বিনিময়ত নজৰুল আলী হতৰ পক্ষ লৈ টকাৰ বিনিময়ত আটক কৰি নিশাৰ ভাগত অন্যায় ভাবে মাৰপিট কৰি উকা দলিলত চহী লৈ এৰি দিয়াৰ এক গুৰুতৰ অভিযোগ উৎথাপন কৰিছে ভূক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ লোকে।

                      Byte:- আহত ব্যক্তি/ পুত্ৰ

VO:- আনহতে আৰক্ষীৰ সৈতে যোগাযোগ কৰাত সমগ্ৰ ঘটনা আৰক্ষীয়ে অস্বীকাৰ কৰাৰ লগতে সমছেৰ আলীক কোনো মাৰপিট কৰা হোৱা নাই কেবল এখন নটিছ দি মুক্তি কৰি দিয়া হৈছিল বুলি উল্লেখ কৰে। যদিও প্ৰশ্ন হয় যদি সমছেৰ আলীৰ বিৰুদ্ধে থানাত কোনো গোচৰ নাছিল তেনেহলে আৰক্ষীয়ে তেওঁক গোটেই দিন আৰু ৰাতি লৈকে কিয় থানাত আটক কৰি ৰাখিছিল আৰক্ষীয়ে? আনহাতে যদি সমসেৰ আলীৰ অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে স্বস্তিৰ সন্মুখীন হব নে আগমণি আৰক্ষীয়ে। সেয়াই এই মুহূৰ্তত লাখ টকীয়া প্রশ্ন।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.