ETV Bharat / state

পূৱ বিলাসীপাৰাত মাৰুতি জেন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ, নিহত 1

author img

By

Published : May 18, 2019, 6:59 PM IST

AS-17B-8557 নম্বৰৰ বাছখনৰ সৈতে AS-01AB-1075 নম্বৰৰ তীব্ৰ বেগী মাৰুতি জেনখনে নিয়ন্ত্ৰণ হেৰুৱাই  AS-17B-8557 নম্বৰৰ বাছখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীতে নিহত হয় জেন খনৰ চালক এৰচাদ আহমেদ।

ROAD MISHAP

পূৱ বিলাসীপাৰা, 18মে': পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত তীব্ৰ বেগী মাৰুতি জেন আৰু আলট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ। AS-17B-8557 নম্বৰৰ বাছখনৰ সৈতে AS-01AB-1075 নম্বৰৰ তীব্ৰ বেগী মাৰুতি জেনখনে নিয়ন্ত্ৰণ হেৰুৱাই AS-17B-8557 নম্বৰৰ বাছখনত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীতে নিহত হয় জেন খনৰ চালক এৰচাদ আহমেদ। লগতে আহত হয় জেনখনৰ পাঁচজনকৈ যাত্ৰী। আহত আটাইকেইজন গোৱালপাৰাৰ ভাটিপাৰাৰ বুলি জানিব পৰা গৈছে।

পূৱ বিলাসীপাৰাত মাৰুতি জেন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ
আহত যাত্ৰীসকলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে দুজনৰ অৱস্থা সংকট জনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

Intro:পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত শোকাৱহ পথ দুৰ্ঘটনা।

থিতাতে নিহত এজন।Body:পূৱ বিলাসীপাৰা:

পূৱ বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত শনিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা l নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী মাৰুতি জেন আৰু আল্ট্ৰা বাছ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত থিতাতে নিহত জেন খনৰ চালক এৰসাদ আহমেদ। আহত হয় জেনখনৰ অইন পাচ জনকৈ যাত্ৰী । আহত আটাই কেইজন গোৱালপাৰা ৰ ভাটিপাৰাৰ বুলি জানিব পৰা গৈছে ।

আহত আটাইকেইজনক তৎকালে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে দুজনৰ অৱস্থা সংকট জনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে।Conclusion:AS-17B-8557 নম্বৰৰ বাছখনৰ সৈতে AS-01AB-1075 নম্বৰৰ মাৰুতি জেন খনৰ মুখামুখি সংঘৰ্ষ হয় ।*

Byte- আহত যাত্ৰী ।

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.