ETV Bharat / state

বিলাসীপাৰাত অখিল গগৈসহ আটকাধীন সকলো নেতাৰ সুস্বাস্থ্য কামনাৰে সমূহীয়া প্ৰাৰ্থনা

author img

By

Published : Mar 16, 2020, 4:44 AM IST

অখিল গগৈৰ লগতে CAA বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা নেতা সকলক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে তেওঁলোকৰ আশু আৰোগ্য কামনাৰে বিলাসীপাৰাত সমূহীয়া প্ৰাৰ্থনা একাংশ ৰাইজৰ ৷

সমূহীয়া প্ৰাৰ্থনা
সমূহীয়া প্ৰাৰ্থনা

বিলাসীপাৰা, 15 মাৰ্চঃ বিলাসীপাৰাৰ অন্তৰ্গত টিলাপাৰা সন্তোষপুৰত দেওবাৰে সমূহীয়া প্ৰাৰ্থনা একাংশ ৰাইজৰ ৷ জাতি ধ্বংসী অভিহিত CAA ৰ বিৰোধ কৰবলৈ গৈ গ্ৰেপ্তাৰ হোৱা অখিল গগৈসহ কাৰাৰুদ্ধ আন সকলো নেতাৰ আশু আৰোগ্য কামনাৰে আল্লাহৰ এচৰত সমূহীয়া প্ৰাৰ্থনা শিশু মহিলাকে ধৰি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ ধুবুৰী জিলা সমিতিৰ ৷ এই সমূহীয়া প্ৰাৰ্থনাত অখিল গগৈৰ লগতে CAA বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা নেতা সকলক বিনা চৰ্তে মুক্তি দিয়াৰ বাবেও নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায় লোকসকলে ৷

অখিল গগৈসহ আটকাধীন সকলো নেতাৰ সুস্বাস্থ্য কামনাৰে সমূহীয়া প্ৰাৰ্থনা

লগতে পঢ়কঃ নাওবৈচা দ'লহাটত আদিবাসী ছাত্র সন্থাৰ 'গণ হুংকাৰ' কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.