- ধুবুৰীৰ গৌৰীপুৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
- দুজন বুকিসহ জব্দ নগদ ধন, তীৰৰ টিকট আৰু মোবাইল ফোন
- গৌৰীপুৰৰ চুপাৰ মাৰ্কেট অঞ্চলৰ পৰা আৰক্ষীৰ দলটোৱে আটক কৰে বুকি দুজনক
- আটকাধীন দুই বুকি গৌৰীপুৰৰ 1 নং ৱাৰ্ডৰ ৰফিক আলী আৰু আনোৱাৰ হুছেইন
ধুবুৰীত তীৰ খেলৰ বিৰুদ্ধে অভিযান - Etv Bharat
দুজন বুকিসহ জব্দ নগদ ধন, তীৰৰ টিকট আৰু মোবাইল ফোন
ধুবুৰীত তীৰ খেলৰ বিৰুদ্ধে অভিযান
- ধুবুৰীৰ গৌৰীপুৰত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
- দুজন বুকিসহ জব্দ নগদ ধন, তীৰৰ টিকট আৰু মোবাইল ফোন
- গৌৰীপুৰৰ চুপাৰ মাৰ্কেট অঞ্চলৰ পৰা আৰক্ষীৰ দলটোৱে আটক কৰে বুকি দুজনক
- আটকাধীন দুই বুকি গৌৰীপুৰৰ 1 নং ৱাৰ্ডৰ ৰফিক আলী আৰু আনোৱাৰ হুছেইন
Intro:ধুবুৰীৰ গৌৰীপুৰত তীৰ খেলৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। নগদ ধন আৰু বিভিন্ন সামগ্ৰী সহ দুজন বুকি গ্ৰেপ্তাৰ।
Body:ধুবুৰী জিলাৰ গৌৰীপুৰত চলোৱা এক বিশেষ অভিযানত আৰক্ষীৰ জালত পৰিছে দুগৰাকীকৈ তীৰৰ বুকি৷ ঘটনা সন্দৰ্ভত জানিব পৰানুসৰি গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ চহৰৰ চুপাৰ মাৰ্কেট অঞ্চলত আৰক্ষীৰ এটি দলে আজি অকষ্মাতে অভিযান চলাই দুগৰাকীকৈ তীৰৰ বুকিক হাতে লোটে কৰায়ত্ব কৰিবসলৈ সক্ষম হয়৷ ধৃত দ্বয় গৌৰীপুৰৰ ১নং ওৱাৰ্ডৰ ৰফিক আলী (২৮) আৰু আনোৱাৰ হুছেইন (৪৭) বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ আৰক্ষীয়ে সদৰি কৰানুসৰি দুয়োৰে পৰা তীৰৰ টিকট, নগদ ধনৰ উপৰিও মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো৷
Conclusion:উল্লেখযোগ্য যে, মাজে সময়ে আৰক্ষীয়ে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই দুই এজনক গ্ৰেপ্তাৰ কৰে যদিওঁ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই এই তীৰ খেল।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।