ETV Bharat / state

কৰ’ণা প্ৰতিৰোধৰ লক্ষ্যৰে ৰাইজৰ মাজত আৰক্ষীৰ মাস্ক বিতৰণ

author img

By

Published : Apr 21, 2021, 6:17 PM IST

মহামাৰী কৰ’ণা প্ৰতিৰোধৰ লক্ষ্যৰে বগৰীবাৰী, মহামায়া আৰু মইনা বজাৰত আৰক্ষীৰ ৰাইজৰ মাজত মাস্ক বিতৰণ ৷ কৰ’ণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত সকলো লোককে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান অৰক্ষীৰ ৷

police-distributed-mask-among-public-for-corona-prevent
কৰ’ণা প্ৰতিৰোধৰ লক্ষ্যৰে আৰক্ষীৰ মাস্ক বিতৰণ

বিলাসীপাৰা, 21 এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা আৰু পৰ্বতঝোৰা মহকুমাৰ সীমান্তৱৰ্তী বগৰীবাৰী অঞ্চলতো ক'ৰনা মহামাৰীৰ দ্বিতীয় লহৰত সন্ত্ৰস্ত হৈ পৰিছে অঞ্চবাসী ৷ এনে পৰিস্থিতিত মহামাৰী কৰ’ণা প্ৰতিৰোধৰ লক্ষ্যৰে বগৰীবাৰীত আৰক্ষীয়ে গ্ৰহণ কৰিছে কৰ’ণা প্ৰতিৰোধী ব্যৱস্থা ৷

কৰ’ণা প্ৰতিৰোধৰ লক্ষ্যৰে ৰাইজৰ মাজত আৰক্ষীৰ মাস্ক বিতৰণ

পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভুঞাৰ নেতৃত্বত আৰক্ষীৰ দলে বগৰীবাৰী, মহামায়া আৰু মইনা বজাৰত ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে ৷ লগতে কৰ’ণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ৰাইজক আহ্বান জনায় ৷ আৰক্ষীৰ এনে সজাগতামূলক কাৰ্যই ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : বিশ্বৰ 5 খন সৰ্বাধিক কৰ’ণা আক্ৰান্ত দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.