বিলাসীপাৰা,4এপ্ৰিলঃধুবুৰীৰ চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত বুধবাৰে নিশা সেনা-আৰক্ষীয়ে এক যৌথ অভিযান চলাই অস্ত্ৰসহ আটক কৰে এজনক ৷ আৰক্ষীৰ হাতত আটক হোৱা যুৱকজনৰ নাম আব্দুল আজিস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ভাৰতীয় সেনাবাহিনীৰ ২৫নং ৰাজপুট ৰেজিমেন্ট তথা চাপৰ আৰক্ষীৰ এই অভিযানত আটক হোৱা যুৱকজনৰ পৰা দুটা হস্তনিৰ্মিত পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী উদ্ধাৰ কৰে ৷
বিলাসীপাৰাত হস্তনিৰ্মিত পিষ্টলসহ পাঁচজাই সজীৱ গুলী উদ্ধাৰঃ এজনক আটক - বিলাসীপাৰা
বিলাসীপাৰাৰ চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত সেনা-আৰক্ষীৰ যৌথ অভিযানত অস্ত্ৰসহ আটক আব্দুল আজিস নামৰ এজন যুৱক ৷ যুৱকজনৰ পৰা উদ্ধাৰ হস্তনিৰ্মিত দুটা পিষ্টল আৰু পাঁচজাই সজীৱ গুলী
![বিলাসীপাৰাত হস্তনিৰ্মিত পিষ্টলসহ পাঁচজাই সজীৱ গুলী উদ্ধাৰঃ এজনক আটক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2900425-1086-c7c84a54-a8b9-48a4-aa17-c092f588bfbb.jpg?imwidth=3840)
বিলাসীপাৰাত অস্ত্ৰসহ আটক এজন
বিলাসীপাৰা,4এপ্ৰিলঃধুবুৰীৰ চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত বুধবাৰে নিশা সেনা-আৰক্ষীয়ে এক যৌথ অভিযান চলাই অস্ত্ৰসহ আটক কৰে এজনক ৷ আৰক্ষীৰ হাতত আটক হোৱা যুৱকজনৰ নাম আব্দুল আজিস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ভাৰতীয় সেনাবাহিনীৰ ২৫নং ৰাজপুট ৰেজিমেন্ট তথা চাপৰ আৰক্ষীৰ এই অভিযানত আটক হোৱা যুৱকজনৰ পৰা দুটা হস্তনিৰ্মিত পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী উদ্ধাৰ কৰে ৷
বিলাসীপাৰাত অস্ত্ৰসহ আটক এজন
বিলাসীপাৰাত অস্ত্ৰসহ আটক এজন
Intro:বিলাসীপাৰা পূৱ:
চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত সেনা-আৰক্ষীৰ যৌথ অভিযান*
*অস্ত্ৰসহ আটক আব্দুল আজিস নামৰ এজন যুৱক*
*যুৱকজনৰ পৰা উদ্ধাৰ হস্তনিৰ্মিত দুটা পিষ্টল আৰু পাঁচজাই সজীৱ গুলী*
*স্থানীয় ৰাইজৰ চাপৰ থানা ঘেৰাও*
*যুৱকজনক বিনা চৰ্তে মুক্তিৰ দাবী ৰাইজৰ*Body:বিলাসীপাৰা পূৱ:
ধুবুৰী জিলাৰ চাপৰৰ ফলিমাৰী দ্বিতীয় খণ্ডত বুধবাৰে নিশা সেনা-আৰক্ষীয়ে এক যৌথ অভিযান চলাই।এই অভিযানত অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় আব্দুল আজিস নামৰ এজন যুৱক।আটকাধীন যুৱকজনৰ পৰা দুটা হস্তনিৰ্মিত পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী উদ্ধাৰ কৰে পানবাৰীস্থিত ভাৰতীয় সেনাবাহিনীৰ ২৫ নং ৰাজপুট ৰেজিমেন্ট তথা চাপৰ আৰক্ষীয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে বৃহস্পতিবাৰে পুৱাৰ ভাগত চাপৰ থানা ঘেৰাও কৰি যুৱকজনক বিনা চৰ্তে মুক্তিৰ দাবী জনাই যদিও চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।Conclusion:সেনাৰ এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
BYTE: 1. OC CHAPAR
2. LOCAL PUBLIC
FROM UDAYADITYA ROY, BILASIPARA EAST