ETV Bharat / state

চাপৰত পুনৰ ১১ গৰাকী কৰ’ণাত আক্ৰান্ত - sapor covid-19 update

বৃহস্পতিবাৰে চাপৰত পুনৰ ১১ গৰাকী ব্যক্তিৰ লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ চাপৰ স্বাস্থ্য বিভাগে জনোৱা মতে, ৰেপিড এন্টিজেন পৰীক্ষাৰ ফলাফলত লোককেইজন কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷

বৃহস্পতিবাৰে চাপৰত পুনৰ চিনাক্ত ১১ গৰাকী কৰ’ণা আক্ৰান্ত

author img

By

Published : May 14, 2021, 1:04 PM IST

পূৱ বিলাসীপাৰা, 14 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চাপৰতো মহামাৰী কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ জানিব পৰা মতে, বিগত তিনি দিন ধৰি চাপৰত ভয়ানক হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰে চাপৰত পুনৰ ১১ গৰাকী লোকৰ দেহত মাৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ চাপৰ স্বাস্থ্য বিভাগে জনোৱা মতে, ৰেপিড এন্টিজেন পৰীক্ষাৰ ফলাফলত লোক কেইজন কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷

আনহাতে, ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰৰ পৰা সমগ্ৰ ৰাজ্যত ১ বজাৰ লগে লগে দোকান পোহাৰ সমূহ বন্ধ কৰি দিয়াৰ লগতে ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হৈছে ৷ উল্লেখ্য যে, দুই বজাৰ লগে লগে চাপৰৰ ৰাজপথ স্তব্ধ হৈ পৰাৰ লগতে সান্ধ্য আইনৰ প্ৰভাৱো পৰিলক্ষিত হয় ।

লগতে পঢ়ক : শোণিতপুৰত এদিনতে 1,100 ভেকচিন যোগান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.