ETV Bharat / state

ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী

ধুবুৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ছয় দফীয়া দাবীৰে এই প্ৰতিবাদ সাব্য়স্ত কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ।

ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jan 21, 2021, 3:22 PM IST

ধুবুৰী , ২১ জানুৱাৰী : সমগ্ৰ ৰাজ্য়ৰ লগতে ধুবুৰীটো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত চি আই টি ইউৰ সহযোগত ছয় দফীয়া দাবীৰে এই প্ৰতিবাদ সাব্য়স্ত কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ।

ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

আগন্তুক কেন্দ্রীয় বাজেটত মধ্যাহ্ন ভােজন কৰ্মীৰ মাননি বৃদ্ধি কৰা, মাননি প্রতিমাহে কমেও ৭,৫০০ টকাকৈ দিয়াৰ ব্য়ৱস্থা কৰা, বছৰটোৰ ১২ মাহৰ বাবেই মাননি দিয়া, বকেয়া মাননি অতিশীঘ্ৰে আদায় দিয়া, মধ্যাহ্ন ভােজন কৰ্মীক শ্ৰমিকৰ মর্যাদা দিয়া, সকলাে কর্মীক মাহিলি ন্যূনতম ২১,০০০ টকাকৈ মজুৰি দিয়া আৰু পেঞ্চন প্ৰদান কৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্য়স্ত কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত তীব্র আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক :তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.