ETV Bharat / state

বৰ্ধিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ফকিৰগঞ্জত প্ৰতিবাদ

author img

By

Published : Dec 16, 2020, 10:26 PM IST

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত বুধবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ পেট্ৰ'ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে এছ ইউ চি আইৰ প্ৰতিনিধি সকলে ।

Massive Protest In Dhubri Fokirganj
বৰ্ধিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ফকিৰগঞ্জত প্ৰতিবাদ

ধুবুৰী, 16 ডিচেম্বৰ : দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত বুধবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ পেট্ৰ'ল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে এছ ইউ চি আইৰ প্ৰতিনিধি সকলে ।

পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰক, পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, আদি শ্ল'গানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিচতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক : বিটিচি পৰিষদ গঠন : ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.