ধুবুৰী 23 আগষ্টঃ ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ বিস্তৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাৱী স্থানীয়ৰ ৷ দুস্কৃতিকাৰীয়ে কালী মন্দিৰৰ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি বিগ্ৰহৰ বিভিন্ন অংশ ভাঙি পেলায় ৷ পুৱা ৰাইজে বিগ্ৰহৰ ক্ষত বিক্ষত অৱস্থা প্ৰত্যক্ষ কৰি গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷
গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি
ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷
ধুবুৰী 23 আগষ্টঃ ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ বিস্তৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাৱী স্থানীয়ৰ ৷ দুস্কৃতিকাৰীয়ে কালী মন্দিৰৰ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি বিগ্ৰহৰ বিভিন্ন অংশ ভাঙি পেলায় ৷ পুৱা ৰাইজে বিগ্ৰহৰ ক্ষত বিক্ষত অৱস্থা প্ৰত্যক্ষ কৰি গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷
BITE -(1) , (2) ৰাইজ ৷Conclusion:গোলকগঞ্জ থানাৰ পৰা দুশ মিটাৰ দূৰত্বৰ মন্দিৰো যদি নিৰাপদ নহয় | সাধাৰণ ৰাইজৰ জীৱন সা সম্পত্তি নিৰাপত্তা দিয়াত এই সকল আৰক্ষী কিমানদূৰ সফল হব সকলোৰে মনত এক প্ৰশ্নৰ উদয় হৈছে|