ETV Bharat / state

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি

ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷

গোলকগঞ্জত কালী মন্দিৰৰ বিগ্ৰহৰ ক্ষতি
author img

By

Published : Aug 23, 2019, 1:44 PM IST

Updated : Aug 23, 2019, 3:08 PM IST

ধুবুৰী 23 আগষ্টঃ ধুবুৰীৰ গোলকগঞ্জৰ কালিবাৰীত পুৰণি কালী মন্দিৰৰ বিগ্ৰহৰ বিস্তৰ ক্ষতি ৷ বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰে এই কাণ্ড ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাৱী স্থানীয়ৰ ৷ দুস্কৃতিকাৰীয়ে কালী মন্দিৰৰ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি বিগ্ৰহৰ বিভিন্ন অংশ ভাঙি পেলায় ৷ পুৱা ৰাইজে বিগ্ৰহৰ ক্ষত বিক্ষত অৱস্থা প্ৰত্যক্ষ কৰি গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

Intro:- নিশা দুস্কৃতিকাৰীয়ে গোলকগঞ্জৰ কালিবাৰীৰ পূৰনি কালি মন্দিৰৰ বিগ্ৰহৰ বিস্তৰ ক্ষতি কৰাক কেন্দ্ৰ কৰি চাঞ্চল্য ৷ দোষীক কৰায়ত্ত কৰাৰ দাৱী Body: নিশা কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে গোলকগঞ্জৰ পূৰনি কালি মন্দিৰৰ বিগ্ৰহৰ বিস্তৰ ক্ষতি কৰে ৷ দুস্কৃতিকাৰীয়ে কালি মন্দিৰৰ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰি বিগ্ৰহৰ বিভিন্ন অংশ ভাঙি পেলায় ৷ পূৱা পথচাৰী ৰাইজে বিগ্ৰহৰ ক্ষত বিক্ষত অৱস্থা প্ৰত্যক্ষ কৰি হুৱাদুৱা লাগে | যথেষ্ট সংখ্যক ৰাইজ আহি মন্দিৰত উপস্থিত হয় | গোলকগঞ্জ আৰক্ষী খৱৰ লাভ কৰি ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখে | ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধিক্ষকো উপস্হিত হৈ ইতিপধ্যে তদন্ত আৰম্ভ কৰিছে ৷ ৰাইজে দুস্কৃতিকাৰীক শীঘ্ৰে গ্ৰপ্তাৰৰ কৰাৰ জনাইছে যদিও এতিয়ালৈ আৰক্ষীয়ে কাকো আটক কৰিৱলৈ সক্ষম হোৱা নাই ৷

BITE -(1) , (2) ৰাইজ ৷Conclusion:গোলকগঞ্জ থানাৰ পৰা দুশ মিটাৰ দূৰত্বৰ মন্দিৰো যদি নিৰাপদ নহয় | সাধাৰণ ৰাইজৰ জীৱন সা সম্পত্তি নিৰাপত্তা দিয়াত এই সকল আৰক্ষী কিমানদূৰ সফল হব সকলোৰে মনত এক প্ৰশ্নৰ উদয় হৈছে|
Last Updated : Aug 23, 2019, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.