ধুবুৰী, 15 আগষ্টঃ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী এলেকাৰ গংগাধৰ নদীৰ বিভিন্ন স্থানত গৰাখহনীয়া পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ধুবুৰী সমষ্টিৰ ভাৰত বাংলা সীমান্তৰ বিন্নাচৰা তৃতীয় খণ্ড গাঁৱত গংগাধৰ নদীয়ে ভয়ংকৰ ৰূপ লৈছে| গড়কাপ্তানি পথ এটা ভাঙি নিয়াৰ লগতে গৰাগহনীয়াৰ কৱলত গাঁও খনৰ বৃহত্তৰ অঞ্চল | ঘটনাস্থলী পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় ৰাইজৰ লগতো মন্ত্ৰী গৰাকী আলোচনাত মিলিত হয় | সন্ধিয়াৰ আগে আগে মন্ত্ৰী মহন্তই গোলকগঞ্জ সমষ্টিৰ বেলগুৰী আৰু টোকৰেছাৰাত গংগাধৰ নদীয়ে তাণ্ডৱ সৃষ্টি কৰা অঞ্চল দুটাও পৰিদৰ্শন কৰে | গংগাধৰ নদীৰ গৰাখহনীয়াত বেলগুৰী মইচাৰ সহস্ৰাধিক লোক গৃহহাৰা হোৱাৰ লগতে কেইবা শ বিঘা কৃষি ভূমি নদীত জাহ গৈছে | একে ঘটনা সংঘটিত হৈছে টোকৰেৰছাৰাতো | জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গংগাধৰ নদীৰ গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি শীঘ্ৰে স্থায়ী সমাধানৰ আশ্বাস দিয়ে | মন্ত্ৰী গৰাকীৰ লগত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুল ইছলাম, বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিচ বছিৰ আহমেদ কাছিমীৰ লগতে বিভাগীয় বহু কেইগৰাকী বিষয়া উপস্থিত থাকে |
গৰাখহনীয়া পৰিদৰ্শন জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ - জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
ধুবুৰী সমষ্টিৰ ভাৰত বাংলা সীমান্তৰ বিন্নাচৰা তৃতীয় খণ্ড গাঁৱত গংগাধৰ নদীয়ে ভয়ংকৰ ৰূপ লৈছে| গড়কাপ্তানি পথ এটা ভাঙি নিয়াৰ লগতে গৰাগহনীয়াৰ কৱলত গাঁওখনৰ বৃহত্তৰ অঞ্চল | ঘটনাস্থলী পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় ৰাইজৰ লগতো মন্ত্ৰী গৰাকী আলোচনাত মিলিত হয় |
ধুবুৰী, 15 আগষ্টঃ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী এলেকাৰ গংগাধৰ নদীৰ বিভিন্ন স্থানত গৰাখহনীয়া পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ধুবুৰী সমষ্টিৰ ভাৰত বাংলা সীমান্তৰ বিন্নাচৰা তৃতীয় খণ্ড গাঁৱত গংগাধৰ নদীয়ে ভয়ংকৰ ৰূপ লৈছে| গড়কাপ্তানি পথ এটা ভাঙি নিয়াৰ লগতে গৰাগহনীয়াৰ কৱলত গাঁও খনৰ বৃহত্তৰ অঞ্চল | ঘটনাস্থলী পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় ৰাইজৰ লগতো মন্ত্ৰী গৰাকী আলোচনাত মিলিত হয় | সন্ধিয়াৰ আগে আগে মন্ত্ৰী মহন্তই গোলকগঞ্জ সমষ্টিৰ বেলগুৰী আৰু টোকৰেছাৰাত গংগাধৰ নদীয়ে তাণ্ডৱ সৃষ্টি কৰা অঞ্চল দুটাও পৰিদৰ্শন কৰে | গংগাধৰ নদীৰ গৰাখহনীয়াত বেলগুৰী মইচাৰ সহস্ৰাধিক লোক গৃহহাৰা হোৱাৰ লগতে কেইবা শ বিঘা কৃষি ভূমি নদীত জাহ গৈছে | একে ঘটনা সংঘটিত হৈছে টোকৰেৰছাৰাতো | জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গংগাধৰ নদীৰ গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি শীঘ্ৰে স্থায়ী সমাধানৰ আশ্বাস দিয়ে | মন্ত্ৰী গৰাকীৰ লগত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুল ইছলাম, বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিচ বছিৰ আহমেদ কাছিমীৰ লগতে বিভাগীয় বহু কেইগৰাকী বিষয়া উপস্থিত থাকে |
Body:জল সম্পদ মন্ত্ৰী মহন্ত পিছবেলা প্ৰথমে উপস্থিত হয় ধুবুৰী সমষ্টিৰ ভাৰত বাংলা সীমান্তৰ বিন্নাচৰা তৃতীয় খণ্ড গাঁৱত | গংগাধৰ নদীয়ে গাঁও খনত ভয়ংকৰ ৰূপ লৈছে| গড়কাপ্তানি পথ এটা ভাঙি নিয়াৰ লগতে গৰাগহনীয়াৰ কৱলত গাঁও খনৰ বৃহত্তৰ অঞ্চল | ঘটনাস্থলী পৰিদৰ্শণৰ লগতে স্থানীয় ৰাইজৰ লগতো মন্ত্ৰী গৰাকী আলোচনাত মিলিত হয় | সন্ধিয়াৰ আগে আগে মন্ত্ৰী মহন্তই গোলকগঞ্জ সমষ্টিৰ বেলগুৰী আৰু টোকৰেছাৰাত গংগাধৰ নদীয়ে তাণ্ডৱ সৃষ্টি কৰা অঞ্চল দুটাও পৰি দৰ্শণ কৰে | গংগাধৰ নদীৰ গৰাখহনীয়াত বেলগুৰী মইচাৰ সহস্ৰাধিক লোক গৃহহাৰা হোৱাৰ লগতে কেইবাশ বিঘা কৃষি ভুমি নদীত জাহ গৈছে | একে ঘটনা সংঘটিত হৈছে টোকৰেৰছাৰাতো | জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গংগাধৰ নদীৰ গৰাখহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰি শীঘ্ৰে স্থায়ী সমাধানৰ আশ্বাস দিয়ে | মন্ত্ৰী গৰাকীৰ লগত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুল ইছলাম, বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিচ বছিৰ আহমেদ কাছিমীৰ লগতে বিভাগীয় বহু কেইগৰাকী বিষয়া উপস্থিত থাকে |
Conclusion: বিভাগীয় মন্ত্ৰীৰ পৰিদৰ্শণৰ পিছত স্থায়ী সমাধানৰ আশ্বাসে নৈপৰীয়া ৰাইজৰ মনলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে যদিও এয়া কিমানদুৰ বাস্তৱত পৰিণত হয় সেয়া সময়ে কব |