- ধুবুৰীত আই পি এল জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান
- অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত চলা এই অভিযানত ছহিদুৰ ইচলাম আৰু আলমগীৰ ইছলাম নামৰ দুজন বুকি গ্ৰেপ্তাৰ
- লোক দুজনৰ পৰা ৫ লাখ ৪ হেজাৰ টকা জব্দ
- দুয়োজনৰ ঘৰ ৰৌৱা ৩য় খণ্ডতধুবুৰীত আই পি এলৰ জুৱাৰী আটক
ধুবুৰীত আই পি এলৰ জুৱাৰী আটক - আই পি এল
সোমবাৰে ধুবুৰী আৰক্ষীৰ অভিযানত আটক হয় আই পি এলৰ দুজনকৈ বুকি ৷

ধুবুৰীত আই পি এলৰ জুৱাৰী আটক
- ধুবুৰীত আই পি এল জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান
- অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত চলা এই অভিযানত ছহিদুৰ ইচলাম আৰু আলমগীৰ ইছলাম নামৰ দুজন বুকি গ্ৰেপ্তাৰ
- লোক দুজনৰ পৰা ৫ লাখ ৪ হেজাৰ টকা জব্দ
- দুয়োজনৰ ঘৰ ৰৌৱা ৩য় খণ্ডতধুবুৰীত আই পি এলৰ জুৱাৰী আটক
ধুবুৰীত আই পি এল জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।অতিৰিক্ত আৰক্ষী অধিক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত চলা এই অভিযানত ছহিদুৰ ইচলাম আৰু আলমগীৰ ইছলাম দুজনৰ বুকি গ্ৰেপ্তাৰ। তেওঁলোকৰ পৰা ৫লাখ ৪হেজাৰ টকা জব্দ। দুয়োজনৰ ঘৰ ৰৌৱা ৩য় খণ্ডত। তদন্ত অব্যাহত।
From
Shahanur Islam
Dhubri