ETV Bharat / state

মানকাচাৰত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট জব্দ

মানকাচৰ - হাটশিঙিমাৰী গড়কাপ্তানি পথৰ নিউ মাৰ্কেট এলেকাৰ পৰা উদ্ধাৰ হয় এই ড্ৰাগছ জাতীয় টেবলেট সমূহ ।

নিচা জাতীয় টেবলেট জব্দ
author img

By

Published : Aug 29, 2019, 3:40 PM IST

ধুবুৰী, 29 আগষ্টঃ ভাৰত বাংলা সীমান্তৰ দক্ষিণ শালমৰা মানকাচাৰ জিলাত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ ৰমৰমীয়া বেহা।এচাম অসাধু চক্ৰই সীমান্তৱৰ্তী জিলা খনেদি কার্টনে কার্টনে ড্ৰাগছ জাতীয় ঔষধ সমূহ সুযোগ বুজি বাংলাদেশলৈ চালান দি আহিছে।

নিচা জাতীয় টেবলেট জব্দ

তেনে সময়তে বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। মানকাচাৰ - হাটশিঙিমাৰী গড়কাপ্তানি পথৰ নিউ মাৰ্কেট এলেকাৰ পৰা উদ্ধাৰ হয় এই ড্ৰাগছ জাতীয় টেবলেট সমূহ । ইপিনে আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকে টেবলেট সমূহ জব্দ কৰে যদিও ঘটনাস্থলীৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী জন পলায়ন কৰিবলৈ সক্ষম হয়৷

Intro:ভাৰত বাংলা সীমান্তৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা।মানকাচৰ আৰক্ষীৰ অভিযানত জব্দ হল বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় ঔষধ।Body:দক্ষিণ শালমাৰা মানকাচৰ জিলাত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ ৰমৰমীয়া বেহা। এচাম অসাধু চক্ৰই সীমান্তৱৰ্তী জিলাখনেদি এইদৰে কার্টুনে কার্টুনে ড্ৰাগছ জাতীয় ঔষধ সুযোগ বুজি বাংলাদেশলৈ চালান দি আহিছে। এনে এক গোপন খবৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, মানকাচৰ - হাটশিঙিমাৰী গড়কাপ্তানি পথৰ নিউ মাৰ্কেট এলেকাৰ পৰা উদ্ধাৰ হয় প্ৰায় ১০ হেজাৰ ড্ৰাগছ জাতীয় টেবলেট। আৰক্ষীয়ে টেবলেট খিনি জব্দ কৰিছে যদিওঁ ঘটনাস্হলীৰ পৰা সৰবৰাহকাৰী জন পলায়ন কৰে বুলি সদৰী কৰে আৰক্ষীয়ে।Conclusion:অৱশ্যে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে যদিওঁ আৰক্ষীয়ে কেনে সফলতা লাভ কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.