ETV Bharat / state

নিৰ্বাচনী প্ৰতিশোধ ! তৃণমূলৰ বিৰুদ্ধে আক্ৰমণাত্মক বিজেপি

বিজেপি কৰ্মীৰ এক অভিযানত তৃণমূলৰ কাৰ্যালয়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ৷

নিৰ্বাচনী প্ৰতিশোধ !
author img

By

Published : May 27, 2019, 11:51 AM IST

ধুবুৰী , 27 মে': গোলকগঞ্জ সমষ্টিৰ কাষৰীয়া পশ্চিম বংগৰ কোচবিহাৰ লোকসভা সমষ্টিত বিজেপিৰ নিশীথ প্ৰামানিকে তৃণমূল কংগ্ৰেছক পৰাস্ত কৰি জয়লাভ কৰে ৷ অভিযোগ অনুসৰি নিৰ্বাচনৰ আগমুহুৰ্তত বিজেপি কৰ্মী জন তৃণমূল কৰ্মীৰ ব্যাপক আক্ৰমণৰ সন্মুখীন হৈছিল ৷

নিৰ্বাচনী প্ৰতিশোধ !

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত তৃণমূল কৰ্মীয়ে বিভিন্ন ঠাইত নিৰ্বাচনী হিংসা সংঘটিত কৰাৰ পাচতো অৱশেষত বিজেপি দলৰে জয় লাভ হ'ল ৷ এতিয়া বিজেপি দলে জয় লাভ কৰাৰ পাচত তৃণমূল কৰ্মীয়ে সংঘটিত কৰা কাৰ্যৰ বাবে বিজেপি দলৰ কৰ্মীয়ে তৃণমূল কৰ্মীৰ ওপৰত প্ৰতিশোধ লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলত তৃণমূলৰ কাৰ্যালয় এৰি তৃণমূল কৰ্মী সকলে পলায়ন কৰে ৷ আৰু এই সুযোগতে বিজেপি কৰ্মী সকলে তৃণমূল কাৰ্যালয় সমূহত অভিযান চলায় ৷ তেনে সময়তে দেওবাৰে তুফানগঞ্জৰ বাসৰাজাস্থিত তৃণমূল কাৰ্যালয়ৰ পৰা বিজেপি কৰ্মীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷ এতিয়া নিৰ্বাচনৰ পিচত প্ৰতিশোধৰ জুই কেতিয়া নিৰ্বাপিত হয় আৰু পলাতক তৃণমূল কৰ্মী সকলৰ ভৱিষ্যত কি হয় সেয়াহে লক্ষণীয় ৷

Intro:লোকসভা নিৰ্বাচন পাৰ হোৱাৰ পিছতে কাষৰীয়া ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা | বিজেপি সদল বলে তৃনমূল কাযালয়ৰ পৰা উদ্ধাৰ কৰিছে বিভিন্ন অস্ত্ৰ|Body:গোলকগঞ্জ সমষ্টিৰ কাষৰীয়া পশ্চিম বংগৰ কোচবিহাৰ লোকসভা সমষ্টিত তৃনমুল কংগ্ৰেছক পৰাজিত কৰি জয়লাভ কৰে বিজেপিৰ নিশীথ প্ৰামানিক| নিৰ্বাচনৰ আগমুহুৰ্তত তৃনমুল কৰ্মীৰ ব্যাপক আক্ৰমনৰ সন্মুখীন হয় বিজেপি কৰ্মী| ইয়াৰ বিপৰীতে বিজেপি জয়লাভ কৰাত লক্ষ্য হিচাপে বাছি লয় তৃনমুল কৰ্মীক | ফলত কাৰ্যালয় ঘৰ এৰি বহুতে পলায়ন কৰে ট সেই ছেগতে বিজেপি কৰ্মীয়ে আৰম্ভ কৰিছে তৃনমুলৰ কাৰ্যালয় দখল অভিযান | কালি তুফানগঞ্জৰ বাসৰাজাৰ তৃনমুলৰ কাৰ্যালয় দখল কৰিব গৈ উদ্ধাৰ কৰে বৃহত পৰিমানৰ অস্ত্ৰ সস্ত্ৰ | যত আছে লাঠি যাঠি জোং আদি Conclusion:নিৰ্বাচনৰ পিছত প্ৰতিশোধৰ জুই কেতিয়া নিৰ্বাপিত হয় আৰু পলাতক তৃনমুল কৰ্মী সকলৰ ভৱিস্যত কি হয় সেয়াই লক্ষনীয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.