ETV Bharat / state

চফ্টৱেৰৰ সহায়ত গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া...

গৃহৰক্ষী জোৱানক নিযুক্তি দিয়াৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ ৷ Home guard development system নামৰ চফ্টৱেৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গৃহৰক্ষী জোৱানক ৷

author img

By

Published : May 6, 2019, 6:46 PM IST

গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া

ধুবুৰী, 6 মে' : অসম আৰক্ষীৰ সমান্তৰালকৈ গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ ক্ষেত্ৰত বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে গৃহৰক্ষী জোৱানক নিযুক্তি দিয়াৰ ক্ষেত্ৰত নতুন পদক্ষেপ ৷ Home guard development system নামৰ চফ্টৱেৰেৰে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ গৃহৰক্ষী জোৱানক ৷ আজিৰে পৰা অসমৰ ভিতৰত প্ৰথম আৰম্ভণি হ'ল ধুবুৰীত । ধুবুৰীত দুজনকৈ গৃহৰক্ষী জোৱানক আজি নিযুক্তি প্ৰদান কৰে ধুবুৰী জিলা গৃহৰক্ষী বাহিনীৰ জিলা শীৰ্ষ বিষয়া হেমন্ত চেদাইয়ে । অসম গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ে প্ৰস্তুত কৰা এই বিশেষ চফ্টৱেৰটোৱে নিজেই পর্যায়ক্ৰমে নিযুক্তি নোপোৱা গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়াৰ আপডেট দিব । এই আধুনিক চফ্টৱেৰটোৱেৰে নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি উল্লেখ জিলা গৃহৰক্ষী বাহিনীৰ জিলা সমাদেষ্টা হেমন্ত চেদাইৰ ৷ ইপিনে এনে আধুনিক চফ্টৱেৰৰ জৰিয়তে নিযুক্তি পাই সন্তুষ্টি প্ৰকাশ গৃহৰক্ষী জোৱানসকলৰ ৷

Intro: অসম আৰক্ষীৰ সমান্তৰাল ভাৱে গৃহৰক্ষী জোৱানক নিযুক্তিৰ নামত বিভিন্ন সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল। যদিওঁ এতিয়া তেনে অভিযোগৰ অন্ত পৰিব। কাৰণ গৃহৰক্ষী জোৱানক নিযুক্তি দিব Home guard development system নামৰ চফ্টৱেৰে।

Body: হয়, গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ নতুন পদ্ধতি। এতিয়াৰ পৰা Home guard development system নামৰ চফ্টৱেৰে নিযুক্তি দিব গৃহৰক্ষী জোৱানক। আজি অসমৰ ভিতৰত প্ৰথম আৰম্ভণি হল ধুবুৰীত। ধুবুৰীত দুজনকৈ গৃহৰক্ষী জোৱানক আজি নিযুক্তি প্ৰদান কৰে ধুবুৰী জিলা গৃহৰক্ষী বাহিনীৰ জিলা সমাদেষ্টা হেমন্ত চেদাইয়ে। অসম গৃহৰক্ষী বাহিনীৰ কাৰ্য্যালয়ে প্ৰস্তুত কৰা বিশেষ ছফ্টৱেৰটো নিজেই পর্যায়ক্ৰমে নিযুক্তি নোপোৱা গৃহৰক্ষী জোৱানৰ নিযুক্তি প্ৰক্ৰিয়াৰ আপডেট দিব। সেইমতে চফ্টৱেৰটোৱে যিজন গৃহৰক্ষী জোৱানৰ নাম আৰু মোবাইল নম্বৰ প্ৰদৰ্শন কৰিব সেইজন গৃহৰক্ষী জোৱানক কাৰ্যালয়লৈ মতাই আনি নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই আধুনিক ছফ্টৱেৰটোৱে নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলি উল্লেখ কৰে জিলা গৃহৰক্ষী বাহিনীৰ জিলা সমাদেষ্টা হেমন্ত চেদাইয়ে।
Byte:- হেমন্ত চেদাই

ইপিনে এই সকল গৃহৰক্ষী জোৱানে এনে আধুনিক চফ্টৱেৰৰ জৰিয়তে নিযুক্তি পাই সন্তোষ্টি প্ৰকাশ কৰিছে।
Byte:- গৃহৰক্ষী জোৱান

Conclusion: মুঠৰ ওপৰত নিযুক্তিৰ কেলেংকাৰী আৰু অনিয়মিত নিমুক্তিৰ বিৰুদ্ধে আজিৰ পৰা শুভাৰম্ভ হোৱা এই আধুনিক চফ্টৱেৰে নিযুক্তি নোপোৱা গৃহৰক্ষী জোৱানৰ মুখত হাঁহি ফুটাই তোলাটো একপ্ৰকাৰ নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.