ETV Bharat / state

"হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল কংগ্ৰেছ দলৰ এজেণ্ট"

author img

By

Published : Apr 6, 2019, 10:15 AM IST

শুকুৰবাৰে 4 নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা ব্লক আৰু নায়েৰ আলগা ব্লকত দুখন নিৰ্বাচনী কৰ্মী সভা অনুষ্ঠিত হয় ৷ এই নিৰ্বাচনী কৰ্মীসভাত অংশলৈ কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰী

বিলাসীপাৰা, 6 এপ্ৰিল : "হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল কংগ্ৰেছ দলৰ এজেণ্ট" ৷ শুকুৰবাৰে 4 নং ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে দুখনকৈ নিৰ্বাচনী কৰ্মী সভাত অংশলৈ এই মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰী

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন আন লোকসভা সমষ্টিৰ লগতে 4 নং সোকসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰো নিৰ্বাচনী কৰ্মীৰ কুচকাৱাজ আৰম্ভ হৈছে ৷ ইয়াৰে অংশ হিচাপে শুকুৰবাৰে বিয়লি 4 নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা ব্লক আৰু নায়েৰ আলগা ব্লকত দুখন নিৰ্বাচনী কৰ্মী সভা অনুষ্ঠিত হয় ৷ এই সভা খনত কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ লগতে জিলা কংগ্ৰেছ সভাপতি উত্তম কুমাৰ সৰকাৰ , অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশ্বাহ আৰু বিভিন্ন কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ এই নিৰ্বাচনী কৰ্মী সভাত অংশ লৈ কংগ্ৰেছী প্ৰাৰ্থী জনে বিজেপি আৰু এইআই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে ৷ ইয়াৰোপৰি এইবেলি লোকসভা নিৰ্বাচনত কংগ্ৰেছে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷

Intro:আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমৰ আন আন লোকসভা সমষ্টিৰ লগতে ৪নংধুবুৰী লোকসভা সমষ্টিতো ভিবিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছৰো নিৰ্বাচনী কৰ্মীৰ সভাৰ কোচ কাৱাচ আৰম্ভ হৈছে।Body:৪নংধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা ব্লক আৰু নায়েৰ আলগা ব্লক পৰ্যায় দুটাকৈ নিৰ্বাচনী কৰ্মী সভাত অংশ লয় কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী লগতে জিলা কংগ্ৰেছৰ সভাপতি উত্তাম কুমাৰ সৰকাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশা, আৰু বিভিন্ন কৰ্ম কৰ্তা সকলো বিলাসীপাৰাত শুক্ৰবাৰে আবেলি অনুষ্ঠিত হোৱা নিৰ্বাচনী কৰ্মী সভাত অংশলৈ বেপাৰীয়ে সাংবাদিকৰ আগত কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল আমৰ কংগ্ৰেছৰ দলৰ এজেণ্ট বুলি আখ্যা দিলে বেপাৰীয়ে।Conclusion:আৰু বিজেপি ক আৰু এ আই ইউ ডি এফ ক তীব্ৰ সমালোচনা কৰে বেপাৰীয়ে ।দিয়াৰ বাবে এইবাৰ লোকসভা নিৰ্বাচনত যথেষ্ট ভাল ফল দেখুৱাব কংগ্ৰেছ দলে। এইবাৰো ধুবুৰী কংগ্ৰেছ যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হব।
Bite:১+২ আবু তাহেৰ বেপাৰী
বিলাসীপাৰাৰ
আমিনুৰ ইছলাম
ETV BHARAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.