ETV Bharat / state

ধুবুৰীত প্ৰাৰ্থী ঘোষণাৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বদৰুদ্দিন আজমল - বিদ্যাৰডাবৰীত

মঙলবাৰে গোলকগঞ্জৰ বিদ্যাৰডাবৰীত নিৰ্বাচনী সভা AIUDFৰ

মঙলবাৰে গোলকগঞ্জৰ বিদ্যাৰডাবৰীত এখন সভাত অংশ গ্ৰহণ কৰি এই প্ৰাৰ্থী গৰাকীয়ে বিজেপিৰ সমালোচনা কৰে
author img

By

Published : Mar 26, 2019, 1:38 PM IST

ধুবুৰী, ২৬ মাৰ্চঃধুবুৰীৰ গোলকগঞ্জত ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে । উল্লেখ্য যে ধুবুৰীত অইন দল সমূহৰ প্ৰাৰ্থী ঘোষণাৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে AIUDFৰ প্ৰধানবদৰুদ্দিন আজমল ৷ গোলকগঞ্জৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছেআজমলে।

ধুবুৰীত প্ৰাৰ্থী ঘোষনাৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল

মঙলবাৰে গোলকগঞ্জৰ বিদ্যাৰডাবৰীত এখন সভাত অংশ গ্ৰহণ কৰিবিজেপিৰ সমালোচনা কৰে আজমলে। তেখেতে বিজেপিক এটা সাম্প্ৰদায়িক দলৰ আখ্যা দি কয় যে বিজেপিয়ে অকল নিৰ্দিষ্ট এটা দলৰ হৈ কাম কৰাৰ লগতে সংবিধান পৰিবৰ্তন কৰি হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰিছে ৷ লগতে বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক ভাৱে যুঁজি দেশৰ পৰা বিজেপি, আৰ এচ এচ, বিশ্ব হিন্দু পৰিষদক দেশৰ পৰা বিদায় দিয়াৰ আহ্বান জনায় আজমলে ।

সভাত অকল বিজেপিক সমালোচনা কৰে যদিও কংগ্ৰেছ সম্পৰ্কত মুখৰ পৰা নোলাল কোনো কথা৷সাংসদ হৈ সমষ্টিৰ খবৰ লবলৈ সময় নোপোৱা সাংসদ গৰাকীক এইবাৰ ৰাইজে কিদৰে গ্ৰহণ কৰে সেয়াসময়তহে দেখা যাব।

Intro:ধুবুৰীত অইন দল সমুহ প্ৰাৰ্থী ঘোষনাৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল | গোলকগঞ্জৰ বিভিন্ন স্থানত ঘুৰি বিদ্যাৰডাবৰীত অংশ গ্ৰহন কৰে এখন নিৰ্বাচনী সভাত |Body:নিৰ্বাচনী সভাত অকল বিজেপিক সমালোচনা কৰি কয় , বিজেপি সাম্প্ৰদায়িক দল| বিজেপিয়ে অকল নিৰ্দিষ্ট এটা দলৰ হৈ কাম কৰাৰ লগতে সংবিধান পৰিবৰ্তন কৰি হিন্দু ৰাস্ট্ৰ বনাব বিচাৰিছে | দাড়ি টুপি মচজিদ আজান বোৰ্কা দেখিব নিবিচাৰে | বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক ভাবে যুজি দেশৰ পৰা বিজেপি আৰএচএচ বিশ্ব হিন্দু পৰিষদক দেশৰ পৰা বিদায় দিয়াৰ আহ্বান জনায় | তেও কয় বিজেপি আৰু কিছুদিন থাকিলে মুছলমানে নিজ ধৰ্ম আৰু ইমান বচাব নোৱাৰিব | Conclusion:সভাত অকল বিজেপিক সমালোচনা কৰে যদিও তাতপৰ্যপূণ ভাবে কংগ্ৰেছ সম্পৰ্কত অলপো মাত নামাতে| সাংসদ হৈ সমষ্টিৰ খবৰ লবলৈ সময় নোপোৱা সাংসদ গৰাকীক এইবাৰ ৰাইজে কিদৰে লয় সময়ত বুজা যা
প্ৰদীপ কুমাৰ সেন
গোলকগঞ্জ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.