ETV Bharat / state

বিলাসীপাৰাত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ

বিধায়ক অশোক কুমাৰ সিংহীয়ে বিলাসীপাৰাত আধাৰশিলা স্থাপন কৰে ৷ ফুটকিবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ গৌৰাংটাৰী দ্বিতীয় খণ্ডৰ পৰা শিমলাবাৰী পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে ৷

foundation inauguration at bilasipara
বিলাসীপাৰাত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ
author img

By

Published : Jan 3, 2020, 10:10 AM IST

পশ্চিম বিলাসীপাৰা, 3 জানুৱাৰী : বৃহস্পতিবাৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে আধাৰশিলা স্থাপন কৰে ৷ ফুটকিবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ গৌৰাংটাৰী দ্বিতীয় খণ্ডৰ পৰা শিমলাবাৰী পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । ৰাইজৰ বহুদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনায় বিধায়ক সিংহীৰ তৎপৰতাত পথটি যাতায়তৰ উপযোগীকৈ চৰকাৰে এছ ও পি ডি - এফ ডি আৰ আঁচনিৰ অধীনত ২৮ লাখ ৫১ হাজাৰ ৫৯ টকাৰ আৱন্টন দিয়ে ।

বিলাসীপাৰা মহকুমা টেৰিটৰিয়াল পথ সংমণ্ডলৰ অধীনৰ 1.30 কিলোমিটাৰ পথছোৱাৰ কাম অতি খৰতকীয়াকৈ কৰা হ'ব বুলি বিধায়ক জনে মন্তব্য কৰে । আধাৰশিলা কাৰ্যসূচীত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া, গড়কাপ্তানি বিভাগৰ মহকুমা কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তা প্ৰমুখ্য স্থানীয় বহু লোক উপস্থিত থাকে ।

বিলাসীপাৰাত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ

আৰু পঢ়ক : বিলাসীপাৰাত সাংবাদিক আক্ৰমণ

Intro:Slug: Bilasipara. MLA CAA React and ADARSHILA.
Date:- 03/01/2020.
A.I- সমগ্ৰ ৰাজ্য জুৰি কা' লৈ প্ৰতিবাদ চলি থকা সময়ত শাসকীয় দলৰ বিধায়ক য়ে কয় । বহুতো বহু কথা কয় কেব আৰু কা' লৈ এই কা' আহিলে অসমত অসমীয়া ভাষা সাংস্কৃতিক বিলিন হৈ যাব। মই আপোনাক কথা দিলোঁ অসমত অসমীয়া ভাষাৰ সাংস্কৃতিক ধ্বংস হ'বলৈ নিদিওঁ। Body:অসমত অসমীয়া ভাষাৰ থাকিব মই বিধায়ক থকা লৈকে কোনো অসমীয়াৰ গাত কোনেও হাত দিব নোৱাৰিব বিধায়ক গৰাকী নিজ ভাষণত এই মন্তব্য আগবঢ়াই বৃহস্পতিবাৰে বিয়লি ফুটকিবাৰী গাঁও পঞ্চায়তৰ অধীনস্থ গৌৰাংটাৰী দ্বিতীয় খণ্ডৰ পৰা শিমলাবাৰী পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে। বান বিধ্বস্ত পঞ্চায়ত খনৰ উক্ত গুৰুত্ব পুৰ্ণ পথ ছোৱাই পথচাৰীক জ্বলাকলা খুৱাই আহিছিল । ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিধায়ক সিংহীৰ তৎপৰতাত পথ ছোৱা মেৰামতিৰ যোগেদি যাতায়তৰ উপযোগী কৰি তুলিবলৈ চৰকাৰে এছ ও পি ডি - এফ ডি আৰ আঁচনিৰ অধীনত ২৮ লাখ ৫১ হাজাৰ ৫৯ টকা আৱন্টন দিয়ে ।বিলাসীপাৰা মহকুমা টেৰিটৰিয়াল পথ সংমণ্ডলৰ অধীনত ১. ৩০ কিলোমিটাৰ পথছোৱাৰ কাম অতি খৰতকীয়াকৈ কৰা হব বুলি বিভাগীয় ভাবে জনায়।উক্ত আধাৰশিলা কাৰ্যসূচীত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া, গড়কাপ্তানি বিভাগৰ মহকুমা কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা প্ৰমুখ্যে স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে ।

Conclusion:Byte - বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী।

পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.