ETV Bharat / state

NEET Result : বিলাসীপাৰাত দুই মেধাৱীক সম্বৰ্ধনা

দুই NEET উত্তীৰ্ণক সম্বৰ্ধনা ৷ বিলাসীপাৰালৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী মেধাৱী ছাত্ৰই ৷

author img

By

Published : Nov 17, 2021, 6:15 PM IST

NEET Result
বিলাসীপাৰাত দুই মেধাৱীক সম্বৰ্ধনা

পশ্চিম বিলাসীপাৰা, 17 নৱেম্বৰ : ইতিমধ্যে ঘোষিত NEET পৰীক্ষাৰ জৰিয়তে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ৰাজ্যৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে ৷ বিলাসীপাৰাবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে ধুবুৰী জিলাৰ বৃহত্তৰ চৰাঞ্চল নায়েৰ আলগাৰ অন্তৰ্গত হাজীপাৰা গাঁৱৰ দুগৰাকী মেধাৱী ছাত্ৰই ৷ ছাত্ৰ দুগৰাকী ক্ৰমে ইদ্ৰিছ আৰু মতিয়ৰ ৰহমান ৷

সদ্যঘোষিত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মেধাৱী ছাত্ৰ দুগৰাকী ৷ সেই উপলক্ষে ছাত্ৰ দুগৰাকীক সম্বৰ্ধনা জনায় বিলাসীপাৰা শিক্ষা খণ্ডৰ বিষয়া মনোজ ফুকনে ৷ অতি দুৰ্গম অঞ্চলৰ ছাত্ৰ দুগৰাকীৰ সফলতাত অঞ্চলজুৰি বয় আনন্দৰ বন্যা ৷

লগতে চাওক: গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.