ETV Bharat / state

হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক - Assam farmers are facing trouble in selling their watermelon

খেতি পথাৰতে গেলিছে বতৰৰ ফল..

খেতি পথাৰতে গেলিছে বতৰৰ ফল
খেতি পথাৰতে গেলিছে বতৰৰ ফল
author img

By

Published : Apr 14, 2020, 11:46 AM IST

ধুবুৰী, 14 এপ্ৰিল: ক্ৰমাৎ খেতি পথাৰতে পকি পচিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ কৃষকসকলৰ ফল ৷ প্ৰতিবছৰৰ দৰেই এইবাৰো ধুবুৰীৰ চৰ অঞ্চলত শ শ বিঘা তৰমুজ খেতি কৰিছিল একাংশ কৃষকে । কিন্তু লক ডাউনৰ বাবে বতৰৰ ফল বিক্ৰী কৰিব নোৱাৰাৰ ফলত বিপদত পৰিছে কৃষকসকল ৷ বহু টকা ঋণ লৈ খেতি কৰি এতিয়া উপায়হীন হৈ পৰিছে কৃষক সকল ৷ শীঘ্ৰেই কৃষকসকলৰ বাবে কিবা এটা সুবিধা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে খেতিয়কৰ লগতে সচেতন মহলে ৷

হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.