ETV Bharat / state

পূৱ বিলাসীপাৰাত ইভিএম বিসংগতিত ক্ষুণ্ণ ৰাইজ - ELECTION2021

ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিভিন্ন প্ৰান্তত ইভিএমত বিসংগতি হোৱা দেখা পোৱা গৈছে ৷ তেনে এক ঘটনা সংঘটিত হৈছে পূৱ বিলাসীপাৰাৰ চাপৰৰ 166 নং শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৷ জানিব পৰা মতে, EVM মেচিন নিৰীক্ষণ নকৰাকৈয়ে পুৱা প্ৰিজাইডিং বিষয়া চুৰমান আলী আহমেদে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰাত ইভিএম মেচিনত বিজুতি ঘটে ৷

EVM FAILURE AT BILASIPARA EAST
পূৱ বিলাসীপাৰাত ইভিএম বিসংগতিত ক্ষুণ্ণ ৰাইজ
author img

By

Published : Apr 6, 2021, 12:47 PM IST

পূৱ বিলাসীপাৰা,6 এপ্ৰিল: ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিভিন্ন প্ৰান্তত ইভিএমত বিসংগতি হোৱা দেখা পোৱা গৈছে ৷ তেনে এক ঘটনা সংঘটিত হৈছে পূৱ বিলাসীপাৰাৰ চাপৰৰ 166 নং শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৷ জানিব পৰা মতে, EVM মেচিন নিৰীক্ষণ নকৰাকৈয়ে পুৱা প্ৰিজাইডিং বিষয়া চুৰমান আলী আহমেদে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰাত ইভিএম মেচিনত বিজুতি ঘটে ৷

পূৱ বিলাসীপাৰাত ইভিএম বিসংগতিত ক্ষুণ্ণ ৰাইজ

যাৰ ফলত 52 জন ভোটাৰে ভোট দিয়াৰ পিছতো মেচিনত 52 টা ভোট পৰিলক্ষিত নহয় ৷ এই লৈ ক্ষুদ্ধ হৈ পৰে ভোটাৰ ৰাইজ ৷ ৰাইজৰ প্ৰশ্ন কি হ'ব 52 টা ভোটৰ ? উল্লেখযোগ্য যে, উক্ত কেন্দ্ৰটোত ভোটাৰৰ সংখ্যা মুঠ 598 জন ৷ আনহাতে, প্ৰিজাইডিং বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্বাচনী আয়োগক দাবী উত্থাপন কৰিছে ভোটাৰ ৰাইজে ৷

লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.