ETV Bharat / state

ৰাজ্যত আকৌ বিদ্যুত বিভাগৰ মৰণ ফান্দ

author img

By

Published : May 7, 2019, 8:46 PM IST

কথমপি প্ৰাণ ৰক্ষা এখন গাঁৱৰ ৰাইজৰ

ৰাজ্যত আকৌ বিদ্যুত বিভাগৰ মৰণ ফান্দ

পূৱ বিলাসীপাৰা,7 মে’ : পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ নাথপাৰাত মঙ্গলবাৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক পুৰুষ মহিলাই ৷ অৱৰোধৰ ফলত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-যঁটৰ সৃষ্টি হয় । মূলত: বিদ্যুতৰ ১১০০ H T তাঁৰ L T তাঁৰত ছিগি পৰাৰ ফলত নাথপাৰা গাঁৱত থকা ৰাইজৰ বিদ্যুতৰ সা-সামগ্ৰী জ্বলি যায় আৰু বিদ্যুৎপৃষ্ট হৈ বহু কেইজন লোক কম বেছি পৰিমাণে আহত হয় । ৰাইজৰ অভিযোগ যে বিদ্যুতৰ তাঁৰ সমূহৰ ম্যাদ ওকলা আৰু সলনি নকৰাৰ বাবে এই ঘটনাটো সংঘটিত হয় ।

ৰাজ্যত আকৌ বিদ্যুত বিভাগৰ মৰণ ফান্দ

আৰু পঢ়ক: মৰিগাঁৱত পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ

পিছত ঘটনাস্থলীত চাপৰ চক্ৰ বিষয়া, চাপৰ আৰক্ষী, চাপৰ বিদ্যুত বিভাগৰ বিষয়াসকল উপস্থিত হৈ ৰাইজৰ দাবী সমূহ পুৰণ কৰা হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত ৰাইজে পথ অৱৰোধৰ কাৰ্যসূচী উঠাই লয় ৷

Intro:*ৰাজ্যত আকৌ বিদ্যুত বিভাগৰ মৰণ ফান্দত।*

*প্ৰথমপি প্ৰাণ ৰক্ষা এখন গাঁওৰ ৰাইজৰ*Body:বিলাসীপাৰা পূৱ:

পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ নাথপাৰাত মঙ্গলবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক পুৰুষ মহিলাই। অৱৰোধ ৰ ফলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-যোটৰ সৃষ্টি হয়। মূলত: বিদ্যুতৰ ১১০০ H T তাঁৰ L T তাঁৰত ছিগি পৰাৰ ফলত নাথপাৰা গাৱত থকা ৰাইজৰ বিদ্যুতৰ সা-সামগ্ৰী জ্বলি যায় আৰু বিদ্যুতপৃষ্ঠ হৈ বহু কেইজন লোক কম বেছি পৰিমাণে আহত হয়।ৰাইজৰ অভিযোগ যে বিদ্যুতৰ তাঁৰ সমূহৰ ম্যাদ ওকলা আৰু সলনি নকৰাৰ বাবে এই ঘটনাটো সংঘটিত হয়।Conclusion:পিছত ঘটনাস্থলীত চাপৰ চক্ৰ বিষয়া,চাপৰ আৰক্ষী, চাপৰ বিদ্যুত বিভাগৰ বিষয়াসকল উপস্থিত হৈ ৰাইজৰ দাবী সমূহ পুৰণ কৰা হব বুলি লিখিত প্ৰতিচুতি দিয়াত হে ৰাইজে পথ অৱৰোধৰ কাৰ্যসূচী তুলি লয়।

BYTE: 1. PUBLIC 1
2. PUBLIC 2

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.