ETV Bharat / state

অসম আৰোগ্য নিধি লৈ পূৱ বিলাসীপাৰা সমষ্টিয়ে আগবঢ়ালে ১২ লাখ টকা - East Bilashipara donate 12 lakh check to Assam arogya nidhi

হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পন কৰে এই ১২ লাখ টকাৰ চেক

অসম আৰোগ্য নিধি লৈ
অসম আৰোগ্য নিধি লৈ
author img

By

Published : Apr 9, 2020, 8:01 PM IST

পূৱ বিলাসীপাৰা, ৯ এপ্ৰিল: ৰাজ্যত মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুজঁ দিবলৈ সাজু সকলো অসমবাসী। ইয়াৰ এটা অংশ হিচাপে অসম চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন জনে। পিছ পৰি ৰোৱা নাই ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰা সমষ্টি বাসীও । অসম আৰোগ্য নিধি লৈ সমষ্টিটোৰ পৰা সৰ্বমুঠ ১২ লাখ টকাৰ এখন চেক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে সমষ্টিটোৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.