ETV Bharat / state

ধুবুৰীৰ পানবাৰীত শিক্ষকৰ মৃতদেহ উদ্ধাৰ - মৃতদেহ

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ ৰাইজৰ।

ধুবুৰীৰ পানবাৰীত শিক্ষকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Mar 6, 2019, 12:45 PM IST

ধুবুৰীৰ,৬মাৰ্চঃ ধুবুৰীৰ পানবাৰীত শুই থকা অৱস্থাতে উদ্ধাৰ কৰা হয় এগৰাকী টেট শিক্ষকৰ মৃতদেহ । মৃত শিক্ষকজনৰ নাম যোগেশ্বৰ পায়েং ।

মৃত পায়েঙৰ ঘৰ লক্ষীমপুৰৰ ফুলবাৰীত । ধুবুৰীৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত মাছিপাৰা এম ই মাদ্ৰাজৰ টেট শিক্ষক আছিল পায়েং । ২০১৭চনৰ পৰা পানবাৰীৰ ছোৰহাব আলী নামৰ আন এজন শিক্ষকৰ ঘৰত ভাড়াতীয়া হিচাপেআছিল পায়েং। হৃদৰোগত আক্ৰান্ত হৈ শিক্ষকগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

SLUG- A_DHB_801_806_6MARCH_TET_TEACHER_DEATH_SHAHANUR
Date:- 06/03/19
( Files send through FTP )

     oc/vo:- ধুবুৰীৰ পানবাৰীত অঘটন। আজি পুৱা শোৱাপাঠীতে মৃত অৱস্থাত উদ্ধাৰ টেট শিক্ষকৰ মৃতদেহ। প্ৰতিদিনৰ দৰে যোৱা নিশাৰ অহাৰ গ্ৰহণ কৰি শোৱাপাটি লৈ যায় যদিওঁ আজি পুৱা শোৱাপাটিত বহি থকা অৱস্থাত উদ্ধাৰ হয় টেট শিক্ষকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহ টো যোগেশ্বৰ পায়েং ।পায়েংৰ ঘৰ লক্ষীমপুৰৰ ফুলবাৰী অঞ্চলত । ধুবুৰীৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত মাছিপাৰা এম ই মাদ্ৰাজৰ টেট শিক্ষক আছিল পায়েং। ২০১৭ চনৰ পৰা পানবাৰীৰ ছোৰহাব আলী নামৰ আন এজন শিক্ষকৰ ঘৰত ভাড়াতীয়া হিচাবে আছিল টেট শিক্ষক  পায়েং। হৃদ ৰোগত আক্ৰান্ত হোৱা বুলি জনা গৈছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.