ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: বিধ্বস্ত পথত চলিল মেৰামতি

তিনিমাহে বিধ্বস্ত হৈ থকা ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি বাবে তৎপৰ হ'ল বিভাগীয় কৰ্তৃপক্ষ, ইটিভি ভাৰতত সম্প্ৰচাৰিত হোৱা বাতৰিৰ পাছতেই গা-লৰিল বিভাগীয় কৰ্তৃপক্ষৰ

বিধ্বস্ত পথৰ চলিল মেৰামতি
author img

By

Published : Jun 21, 2019, 5:37 PM IST

Updated : Jun 21, 2019, 6:28 PM IST

ধুবুৰী,২১জুন: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। তিনিমাহে বিধ্বস্ত হৈ থকা ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল এক বাতৰি। এই বাতৰি প্ৰচাৰিত হোৱাৰ পাছতেই পথটো মেৰামতিৰ বাবে তৎপৰ হ'ল বিভাগীয় কৰ্তৃপক্ষ ।

বিধ্বস্ত পথৰ চলিল মেৰামতি

উল্লেখ্য যে, ধুবুৰী আৰু গৌৰীপুৰ সংযোগী পূৰ্বৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথটো তিনিমাহ ধৰি বিধ্বস্ত হৈ পৰি আছিল। পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনািছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাছিল কৰ্তৃপক্ষই । কিন্তু দুদিন পূৰ্বে ইটিভি ভাৰতত পথটো সন্দৰ্ভত যুগুতোৱা হৈছিল এক বাতৰি। ইয়াৰ পাছতেই বিভাগীয় এন.এইচ কৰ্তৃপক্ষই আৰম্ভ কৰিলে পথটোৰ মেৰামতিৰ কাম। বৰ্তমান পূৰ্ণ গতিত মেৰামতিৰ কাম চলিছে যদিও মেৰামতিৰ নামত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Intro: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। তিনি মাহে বিধ্বস্ত হৈ থকা ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ ব্যপক তৎপৰতা কৰ্তৃপক্ষৰ।

Body: ( ফাইল ফুটেজ )

বিগত তিনি মাহৰ পৰা বিধ্বস্ত হৈ পৰি আছিল ধুবুৰী আৰু গৌৰীপুৰ সংযোগী পূৰ্বৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ। যদিওঁ গা লৰা নাছিল বিভাগীয় কৰ্তৃপক্ষৰ। কিন্তু দুদিন পূৰ্বে ইটিভি ভাৰতত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সাৰ পাই উঠিল বিভাগীয় এন এইচ কৰ্তৃপক্ষই। তাৰ পিছতেই আজিৰ এই বাস্তৱ ছবি।
Byte:- শ্ৰমিক

ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছ দিনাৰ পৰাই পথটোৰ মেৰামতিৰ কাম আৰম্ভ হৈছে। পূৰ্ণ গতিত চলিছে পথ মেৰামতিৰ কাম। অৱশ্যে কোন ঠিকাদাৰে এই মেৰামতিৰ কামৰ ঠিকা লাভ কৰিছে সেই বিষয়ে শ্ৰমিক সকলে মুখ খুলিব বিচৰা নাই যদিওঁ নামমাত্ৰ মেৰামতিৰ কামহে চলি থকা পৰিলক্ষিত হৈছে। যদিওঁ বিধ্বস্ত পথটোত শিল মাটি বালি পেলাই ৰলাৰ মাৰিছে। যাৰ ফলত যাতায়ত ব্যৱস্থা সুচল হৈ উঠিছে ধুবুৰী আৰু গৌৰীপুৰৰ মাজত।

Conclusion: এতিয়া কি ধৰণে মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হয় সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Jun 21, 2019, 6:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.