ETV Bharat / state

নৱম স্থানেৰে ধুবুৰীলৈ গৌৰৱ কঢ়িয়ালে মাণিক ৰায়ে - আজমল কলেজ অৱ আৰ্টচ এণ্ড চাইন্স

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ ধুবুৰীত ৰেলি উলিয়ালে আজমল কলেজ অৱ আৰ্টচ এণ্ড চাইন্সৰ শিক্ষাৰ্থী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই ।

নৱম স্থান লাভকৰি উৎফল্লিত ধুবুৰী চহৰ
author img

By

Published : May 25, 2019, 3:41 PM IST

ধুবুৰী, 25 মে’: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতেই উখল মাখল পৰিৱেশ ধুবুৰী চহৰত । কলা শাখাত মুঠ ৪৬৬ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰা মাণিক ৰায়ক লৈ ধুবুৰী চহৰত ৰেলি উলিয়ালে আজমল কলেজ অৱ আৰ্টচ এণ্ড চাইন্সৰ শিক্ষাৰ্থী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই । ফলাফল ঘোষণাৰ পিছত মাণিক ৰায়ক মিঠাই খুৱাই আশীৰ্বাদ দিয়াৰ লগতে হাতে হাতে প্লেকাৰ্ড লৈ কলেজ কেম্পাচৰ পৰা ৰেলি উলিওৱা হয় । মহাবিদ্যালয় খনৰ শিক্ষাৰ্থী আৰু অধ্যক্ষ প্ৰৱক্তা সকলৰ লগতে আজমল ফাউণ্ডেচনৰ মূৰব্বী সহ কেইবাজনো বিষয় ববীয়াই অংশ গ্ৰহণ কৰে এই ৰেলিত ।

নৱম স্থান লাভকৰি উৎফল্লিত ধুবুৰী চহৰ

লগতে পঢ়ক:স্থানপ্ৰাপ্তিৰ আশাৰে পঢ়া নাছিল অসম জাতীয় বিদ্যালয়ৰ গুঞ্জনে

অসমৰ ভিতৰত প্ৰথম দহটা স্থান দখল কৰি ধুবুৰী লৈ গৌৰৱ কঢ়িয়াই আনিছে অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মাণিক ৰায়ে ।

Intro: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলক লৈ ধুবুৰীত ৰেলি উলিয়ালে আজমল কলেজ অৱ আৰ্টচ এণ্ড চাইন্সৰ শিক্ষাৰ্থী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই।

Body: হয়, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতেই উখল মাখল পৰিৱেশ। কলা শাখাত মুঠ ৪৬৬ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰা মাণিক ৰায়ক লৈ ধুবুৰী চহৰত ৰেলি উলিয়ালে আজমল কলেজ অৱ আৰ্টচ এণ্ড চাইন্সৰ শিক্ষাৰ্থী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই। ফলাফল ঘোষণাৰ পিছত মাণিক ৰায়ক মিঠাই খুৱাই আশীৰ্বাদ দিয়াৰ লগতে হাতে হাতে প্লেকাৰ্ড লৈ কলেজ কেম্পাচৰ পৰা ৰেলি উলিওৱা হয়। মহাবিদ্যালয় খনৰ শিক্ষাৰ্থী আৰু অধ্যক্ষ প্ৰৱক্তা সকলৰ লগতে আজমল ফাউণ্ডেচনৰ মূৰব্বী সহ কেইবাজনো বিষয় ববীয়াই অংশ গ্ৰহণ কৰে এই ৰেলিত।

Conclusion: মুঠৰ ওপৰত অসমৰ ভিতৰত প্ৰথম দহটা স্থান দখল কৰি ধুবুৰী লৈ গৌৰৱ কঢ়িয়াই আনিছে অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মাণিক ৰায়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.