ধুবুৰী, 1 আগষ্টঃ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিকুৰা গাঁৱত কৃষি কৰ্মৰ জৰিয়তে কোনোমতে পৰিয়াল পোহপাল দিয়া ছলেমান আলী নামৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাক 'Indian National Party'নামৰ এটা অখ্যাত সংগঠনে ধন দাবী কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা সংগঠনটোৱে ব্যক্তিজনৰ ঘৰত 25 লাখ টকাৰ এখন ধন দাবী পত্ৰ দি থৈ যায় ৷ পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে অহা 7 আগষ্টত নিশা 10 বজাত বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত টুনীয়া দলঙৰ কাষত ধন আদায় দিবলৈ ছলেমান আলীক নিৰ্দেশ দিয়ে ৷ কিন্তু সাহসী ছলেমান আলীয়ে বৃহস্পতিবাৰে সংগঠনটোৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰে ৷ এতিয়া এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনে সংগঠনটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷
70 বছৰীয়া বৃদ্ধাক অখ্যাত সংগঠনৰ ধন দাবী
ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিকুৰা গাঁৱত 70 বছৰীয়া বৃদ্ধাক অখ্যাত সংগঠনৰ 25 লাখ টকাৰ ধন দাবী ৷
ধুবুৰী, 1 আগষ্টঃ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত জালিকুৰা গাঁৱত কৃষি কৰ্মৰ জৰিয়তে কোনোমতে পৰিয়াল পোহপাল দিয়া ছলেমান আলী নামৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাক 'Indian National Party'নামৰ এটা অখ্যাত সংগঠনে ধন দাবী কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা সংগঠনটোৱে ব্যক্তিজনৰ ঘৰত 25 লাখ টকাৰ এখন ধন দাবী পত্ৰ দি থৈ যায় ৷ পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে অহা 7 আগষ্টত নিশা 10 বজাত বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত টুনীয়া দলঙৰ কাষত ধন আদায় দিবলৈ ছলেমান আলীক নিৰ্দেশ দিয়ে ৷ কিন্তু সাহসী ছলেমান আলীয়ে বৃহস্পতিবাৰে সংগঠনটোৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰে ৷ এতিয়া এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনে সংগঠনটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷
Indian National Party নামৰ অখ্যাত সংগঠন এটাই
৭০ বছৰীয়া বৃদ্ধক দিলে ২৫ লাখ টকাৰ ধন দাবী পত্ৰ।Body:বিলাসীপাৰা পূৱ,০১আগষ্ট:
*আইন শৃংখলাৰ যেন চৰম অৱনতি ঘটিছে ধুবুৰী জিলাৰ চাপৰ অঞ্চলত । যাৰ পৰিপ্ৰেক্ষিতত অঞ্চল টোত সংঘটিত হৈ আছে কিছুমান চাঞ্চল্যকৰ ঘটনা ।*
*এই বৃদ্ধ গৰাকীৰ নাম ছলেমান আলী । ঘৰ চাপৰ থানাৰ অন্তৰ্গত জালিকুৰা গাওত । কৃষি কৰ্মৰ লগতে কবিৰাজী কৰি কোনোমতে পৰিয়াল চলোৱা ৭০ বছৰীয়া বৃদ্ধ গৰাকীৰ জীৱনলৈ নামি আহিল ঘৰ অমানিষা । বৃহস্পতি বাৰে পূৱতি নিশা বৃদ্ধ ই ঘৰৰ দূৱাৰত লাভ কৰিলে এখন জীৱন মৰণৰ পত্ৰ । Indian National Party নামৰ অখ্যাত সংগঠন এটাই ঘৰৰ দুৱাৰৰ থৈ গল ২৫ লাখ টকাৰ ধন দাবী পত্ৰ । অহা ৭ আগষ্টৰ নিশা ১০ বজাত বঙাইগাঁও জিলাৰ বইটামাৰীস্থিত টুনীয়া দলঙৰ কাষত ধন আদায় দিবলৈ ছলেমান আলীক নিৰ্দেশ দিলে সংগঠন টোৱে । প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ বাধা প্ৰদান কৰিলেও সাহসী ছলেমান আলীয়ে বৃহস্পতি বাৰে সংগঠন টোৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰিলে ।* Conclusion:*এতিয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা এই সংগঠন টোৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন এ কি ব্যৱস্থা গ্ৰহণ কৰে এয়া নিশ্চয় লক্ষ্যনীয় হব ।*
Byte-1.ছলেমান আলী ।
2. VDP Secy
FROM UDAYADITYA ROY, BILASIPARA EAST