ETV Bharat / state

গোলকগঞ্জত শিশুৰ মৃতদেহ উদ্ধাৰ - শিশু

সোমবাৰে পুৱা গাঁওখনৰ জহিৰুল হকৰ পুত্ৰ মেৰাজুল হক নামৰ দহবছৰীয়া শিশুটি ৰায়ডাক নদীৰ কালভাৰ্টৰ ওপৰত খেলি থাকোতে পানীত পৰি গৈছিল ।পানীৰ কোবাল সোঁতে শিশুটিক উটুৱাই নিয়ে ।

গোলকগঞ্জত পানীত উটি যোৱা শিশুৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 16, 2019, 1:12 PM IST

গোলকগঞ্জ, ১৬ জুলাই: মঙলবাৰে গোলকগঞ্জৰ ঝাপুচাবাৰী গাঁৱৰ ৰায়ডাক নৈত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয় । সোমবাৰে পুৱা গাঁওখনৰ জহিৰুল হকৰ পুত্ৰ মেৰাজুল হক নামৰ দহবছৰীয়া শিশুটি ৰায়ডাক নদীৰ কালভাৰ্টৰ ওপৰত খেলি থাকোতে পানীত পৰি গৈছিল ।পানীৰ কোবাল সোঁতে শিশুটিক উটুৱাই নিয়ে ।

গোলকগঞ্জত পানীত উটি যোৱা শিশুৰ মৃতদেহ উদ্ধাৰ

ততাতৈয়াকৈ স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰৰ চেষ্টা চলোৱাৰ লগতে আগমনি আৰক্ষীক খবৰ দিয়ে । সোমবাৰে দুপৰীয়াৰ পৰা এচডিআৰএফে শিশুটিক উদ্ধাৰ অভিযান চলাই যদিও সন্ধিয়া হৈ অহাত উদ্ধাৰ অভিযান সামৰে । ইয়াৰ পাচত আজি পৱা পুনৰ এচডিআৰএফে অভিযান চলাওঁতে শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে ।

Intro:গোলকগঞ্জৰ ঝাপুচাবাৰী গাঁৱৰ ৰায়ডাক নৈত আজি উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ|

Body:সোমবাৰে পূৱা গাঁখনৰ জহিৰুল হকৰ পুত্ৰ মেৰাজুল হক নামৰ দহবছৰীয়া শিশুটি ৰায়ডাক নদীৰ কালভাৰ্টৰ ওপৰত খেলি থাকোতে পানীত পৰে | পানীৰ কোৱাল সোতে নিমিষতে উঠুৱাই নিয়ে | লগেলগে স্থানীয় ৰাইজে উদ্ধাৰৰ চেষ্টা চলোৱাৰ লগতে আগমনি আৰক্ষীক খবৰ দিয়ে| দুপৰীয়াৰ পৰা আৰক্ষী এচডিআৰএফ বাহিনী অভিযান চলায়| সন্ধিয়া হৈ অহাত অভিযান সামৰে | আজি পূনৰ পূৱা এচডিআৰএফে অভিযান চলাওতে শিশুটি মৃত অৱস্থাত উদ্ধাৰ কৰে |
বাইট : আৰক্ষী বিষয়া Conclusion:ঘটনাটোয়ে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.