ETV Bharat / state

চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযান - ইটিভি ভাৰত অসম

ধুবুৰীত চোৰাং গৰু বেপাৰী
author img

By

Published : May 6, 2019, 3:10 PM IST

Updated : May 6, 2019, 8:08 PM IST

2019-05-06 14:57:09

তিনিটাকৈ অভিযুক্ত আক্ৰমণকাৰী আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধৃত চোৰাং গৰু বেপাৰীৰ ভিতৰত আছে মুকুল হুছেইন, সান্দৰ শেখ আৰু মৈদুল

চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযান

ধুবুৰী, 6 মে': দক্ষিণ শালমাৰাত চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত আটক তিনিটাকৈ চোৰাং গৰু বেপাৰী ৷ ধৃত চোৰাং বেপাৰী কেইটা ক্ৰমে মুকুল হুছেইন, সান্দৰ শেখ আৰু মৈদুল ৷ ধৃত তিনিওটা চোৰাং গৰু বেপাৰীৰ ঘৰ হাটচিঙিমাৰীৰ কানাইমাৰা অঞ্চলত ৷ দেওবাৰে পুৱতি নিশা বি এছ এফ জোৱানক আক্ৰমণ কৰিছিল গৰু সৰবৰাহকাৰীয়ে ৷ তাৰ পাচতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান ৷ আনাহাতে, অধিক তথ্যৰ বাবে গৰু চোৰাং বেপাৰী কেইটাৰ বিৰুদ্ধে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ 

Intro:Body:

DHUBRI COW THIEF  BREAKING.....  

 দেওবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তৰ আচামেৰ আলগাত চোৰাং গৰু বেপাৰীয়ে বি এছ এফ জোৱানক আক্ৰমণ কৰাৰ পিছত আৰক্ষীয়ে আক্ৰমনকাৰী গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে তিনিজনকৈ অভিযুক্ত আক্ৰমনকাৰী আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ধৃত চোৰাং গৰু বেপাৰীৰ ভিতৰত আছে মুকুল হুছেইন, সান্দৰ শেখ আৰু মৈদুল। তিনিওজনৰ ঘৰ হাটচিঙিমাৰীৰ কানাইমাৰা অঞ্চলত। বৰ্তমান অধিক তথ্যৰ উদঘাটনৰ বাবে আৰক্ষীয়ে জেৰা কৰিছে তিনি গৰু চোৰাং বেপাৰীক।

SAHANUR ISLAM FROM DHUBRI

Conclusion:
Last Updated : May 6, 2019, 8:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.