ETV Bharat / state

অখিল গগৈৰ শাস্তিৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আছে : ৰকিবুল হুছেইন

author img

By

Published : Jan 10, 2021, 10:25 PM IST

অখিল গগৈ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰকিবুল হুছেইনৰ ৷ অখিলৰ বিৰুদ্ধে বিভিন্ন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে ৷

congress-leader-recation-on-akhil-gogoi
অখিল গগৈৰ শাস্তিৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আছেঃ ৰকিবুল হুছেইন

ধুবুৰী, 10 জানুৱাৰী : অখিল গগৈৰ শাস্তিৰ আঁৰত বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আছে । অখিল গগৈৰ মাতৃৰ বিননীত কঠোৰ মানুহৰ হৃদয় গলিলেও বিজেপিৰ হৃদয় নগলে । এই মন্তব্য ৰকিবুল হুছেইনৰ ৷

ৰকিবুল হুছেইনৰ মন্তব্য

ইপিনে, কৃষক নেতা অখিল গগৈৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত ৰকিবুল হুছেইনে কয় যে, অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন গোচৰ জাপি দি অখিল গগৈক শাস্তি দিছে । অখিল গগৈৰ মাকে যিদৰে কান্দিছে । এই বিননীয়ে কঠোৰ মানুহৰো হৃদয় গলিব । কিন্তু বিজেপিৰ হৃদয় নগলে বুলিও কটাক্ষ বিজেপিক ।

ইপিনে, অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে নেকি বুলি প্ৰশ্ন কৰাত ৰকিবুল হুছেইনে লগতে কয় যে, টোলগেটৰ বিৰুদ্ধে অখিল গগৈ তীব্র প্ৰতিবাদ কৰিছিল যাৰ বাবেই অখিল গগৈক এইদৰে শাস্তি দিয়া হ'ল বুলি ৰাইজে ধাৰণা কৰিছে ।

উল্লেখ্য যে, ৰাজ্যত টোলগেট বন্ধ কৰাৰ বাবে তীব্র প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই ৰঙা ঘৰত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বুলি ৰকিবুল হুছেইনে মন্তব্য প্ৰদান কৰিছে ।

লগতে পঢ়ক : হজৰাপুখুৰীত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.