ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ 'সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ'ৰ দুৰ্নীতিৰ অভিযোগ - golakganj

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে গুৰুত্ব সহকাৰে লৈছে সোনাহাট লেণ্ড কাষ্টম বিষয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে সচেতন মহলে উত্থাপন কৰা অভিযোগটো ৷

'সোনাহাট আন্তৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰ'ৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 13, 2019, 11:13 AM IST

ধুবুৰী, 13 জুন : ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন সময়ত দুৰ্নীতিৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে ৷ শেহতীয়াকৈ কাষ্টম বিষয়া ৰেকিবুদ্দিন আহমেদ আৰু বিষয়া নজৰুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷ তেনে সময়তে সচেতন নাগৰিকে এই বিষয়া কেইজনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ অভিযোগ প্ৰেৰণ কৰে ৷

সোনাহাট আন্তৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ'ৰ দূৰ্ণীতিৰ অভিযোগ

সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰখন, ছাৰ্ক সন্মিলনৰ অংশ হিচাপে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰই দি শিল আৰু কয়লা ৰপ্তানি হয় ৷ কিন্তু বাংলাদেশলৈ শিল আৰু কয়লা প্ৰেৰণৰ নামত গোলকগঞ্জ লেণ্ড কাষ্টম বিষয়াই লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ধনৰ বিনিময়ত বাংলাদেশলৈ শিল আৰু কয়লা প্ৰেৰণ কৰাৰ অভিযোগ তুলি একাংশ সচেতন লোকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ অভিযোগ প্ৰেৰণ কৰে ৷ ইতিমধ্যে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এই অভিযোগটো গুৰুত্ব সহকাৰে লৈছে ৷ এতিয়া ৰাজ্যত বহুল চৰ্চা লাভ কৰা বাণিজ্য কেন্দ্ৰটোৰ দুৰ্নীতি ৰোধ কৰিবলৈ , প্ৰধানমন্ত্ৰী কাৰ্যালয় কিমান দূৰ সফল হয় সেয়াহে লক্ষণীয় হ'ব ৷

Intro: বাংলাদেশ সীমান্তৰ সোনাহাট আন্তৰাস্ট্ৰীয় বানিজ্য কেন্দ্ৰৰ দূৰ্নীতিৰ অভিযোগ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ ৷ প্ৰধান মন্ত্ৰীয়ৰ কাৰ্য্যালয়ে গুৰুত্ব সহকাৰে লৈছে সোনাহাট লেণ্ড কাস্টমৰ বিষয়াৰ দূৰ্নীতি ৰ অভিযোগ ৷৷

Body:

gfx- সোনাহাটত কাস্টম বিষয়ৰ দূৰ্নীতি ৷

Gfx- কাস্টম বিষয়া দূৰ্নীতি তথ্য সহকাৰে জনালে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যলয়ক ৷

Gfx- দূৰ্নীতিৰ তদন্তৰ কথা গুৰুত্ব সহকাৰে লোৱাৰ কথা জনালে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যলয়ে ৷

Gfx- ধনৰ বিনিময়ত বাংলাদেশলৈ প্ৰেৰন কৰা হয় শিল আৰু কয়লা ৷

V/O-এয়া ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সোনাহাট আন্তৰাস্ট্ৰীয় বানিজ্য কেন্দ্ৰ ৷ ছাৰ্ক সন্মিলনৰ অংশ হিচাপে সোনাহাট আন্তৰাস্টৰীয় বানিজ্য কেন্দ্ৰয়েদি ৰপ্তানী হৈ আছে শিল আৰু কয়লা ৷ কিন্তু বাংলাদেশলৈ শিল কয়লা বাংলাদেশলৈ প্ৰেৰনৰ নামত গোলকগঞ্জ লেণ্ড কাস্টম বিষয়াই চলাই আহিছে লুন্ঠন ৷ কাস্টম বিষয়া ৰেকিবুদ্দিন আহমেদ আৰু বিষয়া নজৰুল ইছলামে চলোৱা শেহতীয়া দূৰ্নীতিৰ অভিযোগ পালেগৈ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ ৷ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যলয়ে গুৰুত্ব সহকাৰে লৈছে কাস্টম বিষয়াৰ দূৰ্নীতি ৷ বহুআসোৱাপূৰ্ন ভাৱে বাংলাদেশলৈ শিল , কয়লা প্ৰেৰনৰ চলাৱ তদন্ত ৷৷Conclusion:ৰাজ্যত বহুল চৰ্চা লাভ কৰা বানিজ্য কেন্দ্ৰটোৰ দূৰ্নীতি ৰোধ কৰিবলৈ প্ৰধান মন্ত্ৰী কাৰ্যালয় কিমান দূৰ সফল হয় সেয়াই লক্ষনীয় হব
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.