ETV Bharat / state

গৌৰীপুৰত বিজেপি কৰ্মীৰ ক্ষোভ

author img

By

Published : Mar 15, 2021, 10:08 PM IST

মিত্ৰজোঁটে গৌৰীপুৰ সমষ্টিটো ইউপিপিএল'ক এৰি দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিটোৰ বিজেপী কৰ্মী সকলে ৷ গৌৰীপুৰত বিজেপিৰ প্ৰাৰ্থী দলে নিদিলে কোনো প্ৰকাৰে মিত্ৰজোঁটৰ সিদ্ধান্তত সমৰ্থন লকৰে বুলি স্পষ্ট কৰি দিছে বিজেপিৰ কৰ্মী সকলে ৷

candidates conflict at gauripu constituency
গৌৰীপুৰ সমষ্টিটো ইউপিপিএল'ক এৰি দিয়াৰ পাচতে বিজেপি কৰ্মীৰ ক্ষোভ

ধুবুৰী,15 মাৰ্চ: বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাচতেই এতিয়া প্ৰাৰ্থিত্বৰ অংকত জংক-পংক হৈছে ধুবুৰীৰ ২৪ নং গৌৰীপুৰ সমষ্টিত ৷ উল্লেখ্য যে গৌৰীপুৰ সমষ্টিটো ইউপিপিএলক এৰি দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিটোৰ বিজেপী কৰ্মীসকলে ৷

দীৰ্ঘদিনৰ পৰাই গৌৰীপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনাই আহিছিল বিজেপিৰ কাৰ্যকৰ্তাসকলে । কিন্তু শেষ মুহুৰ্তত মিত্ৰজোঁটে ইউপিপিএলক সমষ্টিটো এৰি দিয়াত ক্ষোভিত হৈ পৰিছে বিজেপি কৰ্মীসকল ।

সোমবাৰে গৌৰীপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীত দলীয় কৰ্মীসকলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীৰ পৰা দলীয় কৰ্মীসকলে গৌৰীপুৰত বিজেপি প্ৰাৰ্থী নিদিলে কোনো প্ৰকাৰে মিত্ৰজোঁটৰ সিদ্ধান্তক সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন নিতুল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.