ETV Bharat / state

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিলাসীপাৰাত ৰক্তদান শিবিৰ - বিলাসীপাৰা বি আৰ আম্বেদকাৰ ভৱনত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ৰক্তদান শিবিৰ

71 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিলাসীপাৰা বি আৰ আম্বেদকাৰ ভৱনত ৰক্তদান শিবিৰ ৷ বিলাসীপাৰা মহকুমা প্ৰশাসন, ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটী আৰু HNFW ৰ উদ্যোগত অনুষ্ঠিত হয় এই শিবিৰ ৷

Blood donation camp at Bilashipara
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিলাসীপাৰাত ৰক্তদান শিবিৰ
author img

By

Published : Jan 25, 2020, 7:39 PM IST

পশ্চিম বিলাসীপাৰা, 25 জানুৱাৰী: 71 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে বিলাসীপাৰা বি আৰ আম্বেদকাৰ ভৱনত বিলাসীপাৰা মহকুমা প্ৰশাসন, ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটি আৰু HNFWৰ উদ্যোগত অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ ৷ উক্ত শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে মহকুমাধিপতি মৃদুল কুমাৰ যাদৱ আৰু দণ্ডাধীশ জগদীশ ব্ৰহ্ম দেৱে ৷

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিলাসীপাৰাত ৰক্তদান শিবিৰ

উক্ত অনুষ্ঠানত ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায় ৰক্তদান শিবিৰৰ মূল আতধৰোঁতা তথা ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটি বিলাসীপাৰা জিলা শাখাৰ অধ্যক্ষ ড0 কানুলাল দাসে ৷ লগতে বিলাসীপাৰাত এটা স্থায়ী ব্লাড বেংক স্থাপন হোৱাটো অতিকৈ জৰুৰী বুলি মন্তব্য কৰে কানুলাল দাসে ৷ উল্লেখ্য যে উক্ত ৰক্তদান শিবিৰত ৰক্তদান কৰে প্ৰায় শতাধিক স্বেচ্ছাসেৱী স্বেচ্ছাসেৱকে ৷

লগতে পঢ়ক: কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা ?

Intro:SLUG-BILASIPARA.BLOOD DONATION CAMP.
DATE:- 25/01/2020.

A.I:- ৭১ সংখ্যক গণতন্ত্ৰ দিৱসক সংগতি ৰাখি বিলাসীপাৰা মহকুমা প্ৰশাসন, ভাৰতীয় ৰেডক্রোছ ছোছাইটী, এইচ এন্ড এফ. ডব্লিউ ৰ উদ্যোগত ৰক্তদান শিবিৰ।

Body:V.O:- গণতন্ত্ৰ দিৱসক লগত সংগতি ৰাখি আজি বিলাসীপাৰা বি. আৰ. আম্বেদকাৰ ভৱনত বিলাসীপাৰা মহকুমা প্ৰশাসন, ভাৰতীয় ৰেডক্রোছ ছোছাইটী, এইচ এন্ড এফ. ডব্লিউ ৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰে। উক্ত ৰক্তদান শিৱিৰ খন আনুষ্ঠানিক ভাৱে মুকলি কৰে মহকুমাধিপতি মৃদুল কুমাৰ যাদৱ আৰু দণ্ডাধীশ জগদীশ ব্ৰহ্ম দেৱে। ৰক্তদান শিবিৰৰ মূল আতধৰোঁতা তথা ভাৰতীয় ৰেডক্রোছ ছোছাইটী বিলাসীপাৰা জিলা শাখাৰ অধ্যক্ষ ড০ কানুলাল দাস দেৱে ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায়। লগতে তেওঁ নিজৰ বক্তব্য দাঙি ধৰে য বিলাসীপাৰাত এখন স্হায়ী ব্লাড বেংক হোৱাটো অতিকৈ প্ৰয়োজনীয়।
উক্ত ৰক্তদান শিবিৰত প্ৰায় শতাধিক স্বেচ্ছাসেৱী স্বেচ্ছাসেৱকে ৰক্তদান কৰি ৰক্তদান মহৎ দান আৰু ইয়াৰ উদ্দেশ্য সফল কৰে।

Conclusion:Byte:- ড৹ কানুলাল দাস।

পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.