ETV Bharat / state

বিলাসীপাৰাৰ এলেংমাৰিত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Jun 6, 2021, 2:19 PM IST

বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত এলেংমাৰীত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো আব্দুল লতিফ আহমেদ নামৰ এজন লোকৰ বুলি চিনাক্ত ৷

AS_BLP_WEST_ELENGMARI_MURDER_VIS_ASC10004
বিলাসীপাৰাৰ এলেংমাৰিত লোমহৰ্ষক হত্যাকাণ্ড

পশ্চিম বিলাসীপাৰা, 6 জুন : বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত এলেংমাৰীত দেওবাৰে পুৱা উলংগ অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ ৷ মৃতদেহটো আব্দুল লতিফ আহমেদ (৩৯)ৰ বুলি চিনাক্ত ৷ ব্যক্তিজনৰ ঘৰ লক্ষীগঞ্জৰ ভাষানীগাঁৱত ৷ কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো পথাৰত পেলাই থোৱাৰ সন্দেহ ৰাইজৰ ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে লক্ষীগঞ্জ পাইকানডাৰা গাঁৱত এহাল দম্পতীক নৃশংসভাৱে হত্যা কৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল ৷ ইয়াৰ পিছতো দুবৃত্তক আটক কৰাত ব্যৰ্থ হয় আৰক্ষীয়ে ৷

তাৰ মাজতে দেওবাৰৰ এই হত্যাকাণ্ডৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ইয়াৰ পিছতো আৰক্ষীয়ে নীৰৱতা অৱলম্বন কৰিলে গণ আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজে ৷

লগতে পঢ়ক-জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে বিলাসীপাৰাবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.