বিলাসীপাৰা,15 এপ্ৰিলঃ বহাগৰ পহিলা দিনটোতে পূৱ বিলাসীপাৰাৰ অন্তৰ্গত বহলপুৰ চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত বহলপুৰ তটপাৰাস্থিত কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব৷ এই দিনটোতেই অঞ্চলটোৰ বয়োজ্যেষ্ঠ সকলক কনিষ্ঠ সকলে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ বিচাৰে । লগতে, পৰম্পৰাগত নীতি নিয়ম, পিঠা-পনা আপ্যায়নেৰে অসমীয়াৰ বাপতি সাহোন বিহু উৎসৱ পালন কৰে অঞ্চলটোৰ ৰাইজে ।
বহলপুৰত জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব - মহামিলন পৰ্ব
পূব বিলাসীপাৰাৰ বহলপুৰত বহাগৰ প্ৰথম দিনটোতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ সকলক গামোচাৰে সম্বৰ্ধনা জনায় কনিষ্ঠ সকলে । হেঁপাহৰ বহাগত জ্যেষ্ঠ সকলৰ শুভাশীষত জীৱন জীপাল কৰাৰ আশা বিলাসীপাৰাবাসীৰ৷
পূব বিলাসীপাৰাৰ বহলপুৰত জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব
বিলাসীপাৰা,15 এপ্ৰিলঃ বহাগৰ পহিলা দিনটোতে পূৱ বিলাসীপাৰাৰ অন্তৰ্গত বহলপুৰ চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত বহলপুৰ তটপাৰাস্থিত কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব৷ এই দিনটোতেই অঞ্চলটোৰ বয়োজ্যেষ্ঠ সকলক কনিষ্ঠ সকলে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ বিচাৰে । লগতে, পৰম্পৰাগত নীতি নিয়ম, পিঠা-পনা আপ্যায়নেৰে অসমীয়াৰ বাপতি সাহোন বিহু উৎসৱ পালন কৰে অঞ্চলটোৰ ৰাইজে ।
Intro:পূৱ বিলাসীপাৰাৰ বহলপুৰত বহাগৰ এই প্ৰথম দিনটোত অঞ্চলটোৰ বয়জ্যেষ্ঠ সকলক কনিষ্ঠ সকলে গামোচাৰে সম্বৰ্ধনা জনায়।Body:বিলাসীপাৰা পূৱ:
*হেপাঁহৰ বহাগত বিষুৱাৰ সুবাসত জ্যেষ্ঠ সকলৰ শুভাশীষত কনিষ্ঠ সকলৰ জীৱন জীপাল হোৱাৰ প্ৰত্যাশাৰে ....জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব । পূৱ বিলাসীপাৰাৰ অন্তৰ্গত বহলপুৰ চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত বহলপুৰ তটপাৰাস্থিত কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এই আপুৰুগীয়া অনুষ্ঠানৰ ।*
*বহাগৰ এই প্ৰথম দিনটোত অঞ্চলটোৰ বয়জ্যেষ্ঠ সকলক কনিষ্ঠ সকলে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ বিচাৰে । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ দিনাখনে ডেকা-বুঢ়া সকলোৱে ককাল ঘুৰাই এপাক নাচি আনন্দত মতলীয়া হৈ পৰে ।*Conclusion:*ইপিনে, পৰম্পৰাগত নীতি নিয়ম, পিঠা-পোনা আপ্যায়ন ৰে বিহু উৎসৱ পালন কৰে অঞ্চলটোৰ ৰাইজে ।*
BYTE: 1.PUBLIC
2. ORGANIZER
FROM UDAYADITYA ROY, BILASIPARA EAST