ETV Bharat / state

চৌদিশে এতিয়া কেৱল মাথো ৰঙালীৰ উচাহ-উদ্দীপনা

ধুবুৰী জিলাৰ বিলাসীপাৰাত চিৰাকুটা, জমদুৱাৰ, টোকৰাবান্ধা, টিলাপাৰা আদিৰ ৰাইজ একত্ৰিত হৈ উদযাপন কৰিলে ৰঙালীৰ

ধুবুৰী জিলাৰ বিলাসীপাৰাত ৰঙালীৰ উচাহ
author img

By

Published : Apr 14, 2019, 3:24 PM IST

ধুবুৰী, 14 এপ্ৰিল : ৰঙালী বিহুকলৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ ৷ উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মাথো আনন্দৰ বন্যা ৷ চ'ত-ব'হাগৰ সংক্ৰান্তিত আজি গৰু বিহু উদযাপন কৰি আনন্দত মতলীয়া হৈ পৰিল ৰাজ্যবাসী ৷

ধুবুৰী জিলাৰ বিলাসীপাৰাত ৰঙালীৰ উচাহ

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত চিৰাকুটা, জমদুৱাৰ, টোকৰাবান্ধা, টিলাপাৰা আদি চাৰিটা অঞ্চলৰ ৰাইজ একত্ৰিত হৈ পালন কৰিছে ৰঙালী বিহুৰ ৷ বৃহত্তৰ অঞ্চলটোৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ৰঙালি বিহুৰ ।

Intro:ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুৰ উছাহ। অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ সকলো অসমীয়াই ককালত টঙালী বান্ধি সাজু হৈছে। প্ৰাণৰো প্ৰাণ ৰঙালী বিহুটিক হেপাহেৰে আদৰিবলৈ কি চহৰ কি গাওঁ বা চৰাঞ্চল সকলোতে যেন প্ৰাণ পাই উঠিছে বিহু হুঁছৰিৰ দল।Body:পশ্চিম অসমত তীব্ৰ গতিত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই নিৰ্বাচনী বতৰক পাহৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা, জমদুৱাৰ, টোকৰাবান্ধা, টিলাপাৰা আদি অতি ভিতৰুৱা অঞ্চলত ডেকা-গাভৰু, বৃদ্ধা আদি সকলোৱেই পালন কৰিছে ৰঙালী বিহু। বৃহত্তৰ অঞ্চলখনৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালি বিহু।
Byte: 1+2 বিহু নাচনী।
Byte: 3+4 উদযাপন সমিতি।

বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAMConclusion:পশ্চিম অসমত তীব্ৰ গতিত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই নিৰ্বাচনী বতৰক পাহৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা, জমদুৱাৰ, টোকৰাবান্ধা, টিলাপাৰা আদি অতি ভিতৰুৱা অঞ্চলত ডেকা-গাভৰু, বৃদ্ধা আদি সকলোৱেই পালন কৰিছে ৰঙালী বিহু। বৃহত্তৰ অঞ্চলখনৰ গৌৰাংপৰীয়া ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালি বিহু।
Byte: 1+2 বিহু নাচনী।
Byte: 3+4 উদযাপন সমিতি।

বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.